• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্ছেদক লৈ ফাঁচীবজাৰত উত্তপ্ত পৰিস্থিতি; হতাহতিত আহত জি এম চিৰ কৰ্মচাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2018 10:46 am
ghy fancy-bazar

প্ৰতিনিধিত্বমূলক ছবি

163
VIEWS
Share on FacebookShare on Twitter

পদপথৰ অনুজ্ঞাপত্ৰহিন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে চলোৱা উচ্ছেদক কেন্দ্ৰ কৰি কালি অৰ্থাৎ ৬ জুনত গুৱাহাটীৰ ফাঁচীবজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ফাঁচীবজাৰৰ এছ এছ পথত চলোৱা উক্ত উচ্ছেদ কাৰ্যত জি এম চিৰ কৰ্মচাৰী আৰু ব্যৱসায়ীসকলৰ মাজত হোৱা হতাহতিত ৪ গৰাকীকৈ পৌৰ নিগমৰ কৰ্মচাৰী আহত হয়।

এই সংক্ৰান্তত আৰক্ষীয়ে ফাঁচীবজাৰৰ বিশ্বজিৎ দেৱনাথ, অশ্বিনী দেৱনাথ, ৰাহুল শ্বাহা আৰু ৰাজেশ জয়ছোৱাল নামৰ ৪ জন পদপথৰ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে প্ৰায় ডেৰমাহ পূৰ্বে  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গুৱহাটী পৌৰ নিগমে ফাঁচীবজাৰৰ এছ এছ পথৰ পৰা ৫ শতাধিক অনুজ্ঞাপত্ৰহিন ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰিছিল।

পিছত উচ্ছেদিত একাংশ ব্যৱসায়িক ফাঁচীবজাৰৰ  জি এম চি বজাৰত সংস্থাপন দিছিল যদিও  গ্ৰাহক নোযোৱাৰ অভিযোগ তুলি পুনৰ ব্যৱসায়ী সকলে এছ এছ পথৰ পদপথ দখল কৰে।

যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে পৌৰ নিগমে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে অভিযান চলাবলৈ আহোতে ব্যৱসায়ী সকলে এছ এছ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পৌৰ নিগমৰ কৰ্মটাৰীসকলৰ সৈতে হতাহতিত লিপ্ত হয়।

পিছত আৰক্ষী আয়ুক্ত হীৰেন নাথ আৰু জি এম চিৰ আয়ুক্ত মনালিছা গোস্বামী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd