DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ ২০১৮-১৯ চনৰ বাজেট অধিৱেশন : পাছ হ’ল দুখন বিধেয়ক

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 19, 2018 11:35 pm
Honble-CEM-Sri-Depolal-Gorlosa-delivered-his-speech-in-the-Assemble-Session
100
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদে সোমবাৰে বাজেট অধিৱেশনত দুখন বিধেয়ক গ্ৰহণ কৰে।

মাধ্যমিক পৰ্য্যায়লৈকে প্ৰাদেশিকীকৰণ আৰু ডিমা হাচাও জিলাৰ শিক্ষা সেৱাসমূহৰ নিয়মীয়াকৰণৰ এখন আৰু উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদ, ৪৭ সংখ্যক সংশোধনী এখন বিধেয়ক পাৰণ কৰা হয়।

২০১৮ চনৰ ৯ ফেব্ৰুৱাৰিত জাৰি কৰা উপ-নিয়ম ৩ৰ অধীনত ৰাজ্যপালৰ নিৰ্দেশৰ পিছত অসম স্বায়ত্তশাসিত জিলা নিয়ম, ১৯৫১ৰ উপ-নিয়ম ১৯৭৩ৰ আইন ১ৰ অনুসূচী ২ৰ সংশোধন কৰা হয়। সমষ্টিৰ নাম, পৰিসীমা আৰু প্ৰতি সমষ্টিত আসনৰ সংখ্যা সন্দৰ্ভত এই সংবিধান সংশোধন কৰা হৈছে।

পৰিষদৰ আৰ্থিক কাম-কাজৰ দায়িত্বতো থকা পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্ল’চাই এই বাজেট ভাষণ প্ৰদান কৰে। গাৰ্ল’চাই ২০১৮-১৯ বিত্তীয় বৰ্ষত পৰিষদৰ খৰচ আৰু আনুমানিক বাৰ্ষিক বাজেট বিষদ ৰূপত দাঙি ধৰে।

গাৰ্লোছাই এম অ’ এছৰ অধীনত চলি থকা কামৰ এটা খতিয়ান দাঙি ধৰে। ল’ৱাৰ কপিলি হাইড্ৰ’ ইলেক্ট্ৰিচিটি প্ৰজেক্ট সম্পৰ্কত কয় যে অসম পাৱাৰ জেনেৰেইশ্যন কৰ্প’ৰেইশ্যনৰ সৈতে এই বিষয়ত বুজাবুজিৰ চুক্তি কৰা হৈছে, য’ত উৎপাদন আৰম্ভ হোৱাৰ পিছত পৰিষদক ৫ পি চি বিদ্যুৎ বিনামূলীয়াকৈ দিব। লগতে প্ৰকল্পটোত ৮০ শতাংশ নিয়োগ ডিমা হাচাও জিলাৰ পৰা হ’ব।

তাৰোপৰি অসমৰ বাজেট অধিৱেশনত বিত্ত মন্ত্ৰীয়ে ডিমা হাচাওত বি এড কলেজ আৰু উদ্যানশস্যৰ মহাবিদ্যালয় স্থাপনৰ ঘোষণা সন্দৰ্ভত কয় যে এইবোৰৰ উপৰি বাজেটত জিলাখনৰ বাবে আগন্তুক বিত্তীয় বৰ্ষত ধন বৃদ্ধি কৰা হৈছে। এই পৰিমাণ ২০ কোটি টকাৰ পৰা ৫০ কোটি টকা কৰা হৈছে।

ওমৰাংছুচ ১ হাজাৰ বিঘা মাটি এ চি এছ প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে অনুমোদন জনোৱা হৈছে। ইয়াৰ লগতে নীপকোৱে অধিকাৰ কৰি থকা অতিৰিক্ত মাটিৰ হিচাপ চলি আছে, যিটো পুংখানুপুংখকৈ বিচাৰ কৰি চোৱা হ’ব আৰু সেই মতে ব্যৱস্থা লোৱা হ’ব।

হাফলঙত উদ্বোধন কৰা কৃষি বিজ্ঞান কেন্দ্ৰই অঞ্চলটোৰ কৃষি উৎপাদন বৃদ্ধি কৰিব বুলি দাবী কৰে। ১৫ কোটি টকাৰ আন এটা পানীযোগান আঁচনি, আৰু এন এল দাওলাগাপু মিনি ষ্টেডিয়াম ১৬ কোটি টকাৰ ব্যয় কৰি নিৰ্মাণ কৰিবলৈ লোৱা হৈছে।

গাৰ্লোচাই এইটো জানিবলৈ দিয়ে যে পৰিষদে প্ৰায় ৭০.১৮ কোটি টকা নিজা ৰাজহ আৰু ৰাজ্য চৰকাৰৰ পৰা অনুদানমূলক সাহায্য ৫৩.৪৯ কোটি টকা পৰিষদৰ দৰমহাৰ বাবত আৰু ৩.৪৯ কোটি টকা কামৰ বাবে লাভ কৰাৰ কথা। ইয়াৰ বিপৰীতে মুঠ খচৰ ধাৰ্য্য কৰা হৈছে ১৫২.৫০ কোটি টকা। ফলত অন্তিম ঘাটি প্ৰায় ২৮.৮৪ কোটি টকা।

Recent News

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

ক’ৰবাত কোনোৱাই পইচা লুটিব, পুলিচ বহি থাকিব নোৱাৰে: ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ক’ৰবাত কোনোৱাই পইচা লুটিব, পুলিচ বহি থাকিব নোৱাৰে: ডিজিপি ভাস্কৰজ্যোতি মহন্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd