• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ পৰ্য্যটন খণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ ৫৪৫.৩৪ কোটি টকাৰ অনুমোদন

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , December 23, 2017 9:39 pm

1 min read

উত্তৰ-পূবৰ পৰ্য্যটন খণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ ৫৪৫.৩৪ কোটি টকাৰ অনুমোদন
74
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰই উত্তৰ-পূবৰ পৰ্য্যটন খণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে ৫৪৫.৩৪ কোটি টকাৰ অনুমোদন দিছে। হেৰিটেইজ চাৰ্কিট প্ৰজেক্টৰ অধীনত অসমৰ তেজপুৰ, মাজুলী শিৱসাগৰৰ ঐতিহ্য ক্ষেত্ৰৰ উন্নয়নৰ বাবে ইতিপূৰ্বে ৯৮.৩৫ কোটি টকা অনুমোদন কৰা হৈছে। একেদৰে স্বদেশ দৰ্শন স্কীমৰ অধীনত ৯৯.১৩ কোটি টকা অনুমোদন কৰা আছে মেঘালয়ৰ বাবে। মণিপুৰ, ছিকিম, নাগালেণ্ড আৰু মিজোৰামৰ বাবে ক্ৰমে ৫৩.৮০ কোটি, ৯৫.৩২ কোটি, ৯৯.৬৭ কোটি আৰু ৯৯.০৭ কোটি টকাৰ অনুমোদন কৰা আছে। অৱশ্যে পৰ্য্যটন মন্ত্ৰ্যালয়ে সংশ্লিষ্ট ৰাজ্যবোৰৰ চৰকাৰে দাখিল কৰা প্ৰকল্পলৈ আঁচনিৰ নিয়ম-নীতি অনুসৰি কেন্দ্ৰীয় বিত্তীয় সাহায্য আগ বঢ়ায়।

‘আঠখন ৰাজ্যৰে গঠিত উত্তৰ-পূবত পৰ্য্যটকসকলৰ বাবে বহু বৈচিত্ৰ্যৰ সমল আছে। এতিয়ালৈকে বহুখিনি প্ৰচাৰ পাবলৈ বাকী থকা ভাৰতৰ এই অংশটোত প্ৰতিটো খণ্ডৰ ক্ষেত্ৰতে অনেক সম্ভাৱনা আছে। পৰ্য্যটন ক্ষেত্ৰই ইয়াৰ পৰা বহুত কিবাকিবি পাবা পাৰে। এজন বিষয়াই এইদৰে কয়।

Recent News

Topcem-Cement-750x375

নতুন প্ৰকল্পৰ নামত ৰাজসাহায্য আত্মসাতৰ ফন্দি টপচেম চিমেণ্টৰ সঞ্চালক মণ্ডলীৰ

Screenshot_2021-02-28-16-33-24_1

টীয়ক শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন সম্পন্ন

Screenshot_2021-02-28-18-54-37_1

সচেতনা সৃষ্টিৰ লক্ষ্যৰে টীয়কত সংস্কাৰ জাগৰণ যাত্ৰা

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd