• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ মহিলাক অত্যাধুনিক চেনিটেৰি নেপকিন বিতৰণ বিশ্বনাথৰ নয়ন, বাগ্মিতাৰ

NE NOW NEWS এন ই নাও নিউজ
বিশ্বনাথ , February 25, 2018 11:21 pm

2 min read

উত্তৰ-পূবৰ মহিলাক অত্যাধুনিক চেনিটেৰি নেপকিন বিতৰণ বিশ্বনাথৰ নয়ন, বাগ্মিতাৰ
95
VIEWS
Share on FacebookShare on Twitter

বিশ্বায়নৰ ধাম-খুমিয়াত যুৱ প্ৰজন্ম উটিভাঁহি যোৱাৰ সময়তে বিশ্বনাথৰ এহাল নৱ দম্পতীয়ে নিজকে বিৰল নিদৰ্শন দেখুয়াবলৈ সক্ষম হৈছে। সমগ্ৰ উত্তৰ -পূবত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা ব্যতিক্রমী অথচ অত্যাৱশ্যকীয় নেপকিন ব্যৱহাৰৰ দিহাৰে বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি সেয়া গাঁৱে গাঁৱে গৈ সজাগতাৰ নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

বিশ্বনাথ চাৰিআলিৰ গড়হাগি গাৱঁৰ নয়ন শইকীয়া আৰু বাগ্মিতা শইকীয়াই ঘৰতে গাঁওখনৰ নিৱনুৱা বহু যুৱতী, মহিলাৰ সহযোগত মহিলাসকলৰ বাবে অত্যাধুনিক চেনিটেৰী নেপকিন তৈয়াৰ কৰি গাৱেঁ গাৱেঁ গৈ মহিলাসকলক সজাগতা কৰি নিম্ন দৰত যোগানৰ ধৰি বিৰল দৃষ্টান্ত ডাঙি ধৰিছে। সাধাৰণ দুখীয়া মহিলা সকলক সেৱা কৰাৰ উদ্দেশ্যে মহিলাসকলৰ দ্বাৰা উৎপাদিত চেনিটেৰি নেপকিন বৰ্তমান গাঁৱৰ মহিলা সকলে আঁকোৱালি লৈছে।

বিগত তিনিবছৰ পূৰ্বে গড়হাগি গাঁৱৰ নয়ন শইকীয়াই তামিলনাডুৰ পেডমেন খ্যাত তথা পদ্মশ্ৰী অৰুণাচলম দুৰ্গানাথমৰ পৰা কমখৰচী নেপকিন নিৰ্মাণৰ সামগ্ৰী আনি ঘৰতে প্ৰথম নেপকিন বনোৱা আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত মানুহৰ নেতিবাচক কথা -বাৰ্তাই বিচলিত কৰিছিল যদিওঁ মাতৃৰ প্ৰেৰণা আৰু বিবাহৰ পিছত পত্নী বাগ্মিতাৰ সহায়ত নিৰলস প্ৰচেষ্টাৰে আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছে।

চেনিটেৰি নেপকিন ব্যৱহাৰ কৰিলে মহিলাসকল কিদৰে বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি সেই বিষয়ে গাঁৱে গাঁৱে গৈ সজাগতা সভা পাতি কম মূল্যতে পেকেটৰ নেপকিন স্বাস্থ্যসন্মত আৰু উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা নেপকিন ব্যৱহাৰৰ বাবে উৎসাহিত কৰিছে ৷

চেনিটেৰি নেপকিন ব্যৱহাৰক বিষয় বস্তু হিচাপে লৈ বলিউডত অক্ষয় কুমাৰ অভিনীত ছবি “পেডমেন ” জনপ্ৰিয় হোৱাত যথেষ্ট উৎসাহী হৈ পৰিছে বিশ্বনাথৰ নয়ন আৰু বাগ্মিতা। তদুপৰি এইবাৰৰ বিধানসভা অধিৱেশনত বিধায়িকা আঙুৰ লতা ডেকাই মহিলাসকলৰ স্বাস্থ্যসন্মত পৰিচৰ্যা চেনিটেৰি নেপকিন ব্যৱহাৰৰ ক্ষেত্রত লোৱা ভূমিকাৰ বাবে উৎসাহিত কৰিছে দুয়োকে।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd