• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমত ভিখাৰীৰ সংখ্যা সৰ্বাধিক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2018 5:34 pm
kamakhya-temple-570x320

গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ প্ৰৱেশ পথত ভিখাৰীৰ শাৰী, (ফাইল ফটো)

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমত সৰ্বাধিক সংখ্যক ভিখাৰী আৰু অঘৰী লোক আছে। বুধবাৰে লোকসভাত এই তথ্য সদৰি কৰে সামাজিক ন্যায় বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী থাৱৰ চান্দ গেহলটে।

অসম লগতে দেশৰ ভিতৰত চতুৰ্থ সৰ্বাধিক মহিলা ভিখাৰী থকা ৰাজ্য। সদনত দিয়া এক লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা ব্যক্ত কৰিছে বুলি টাইমছ অফ ইণ্ডিয়াই বাতৰি প্ৰকাশ কৰিছে।

Apply Now

২০১১ চনৰ লোকপিয়লৰ উদ্ধৃতিৰে গেহলটে কয় যে অসমত মুঠতে ২২,১১৬ গৰাকী দুৰ্দশাগ্ৰস্ত লোক আছে যাৰ ভিতৰত ১৪,৮৪৭ গৰাকী মহিলা। এইক্ষেত্ৰত মহিলাৰ সংখ্যা পুৰুষৰ দুগুণ। পুৰুষৰ সংখ্যা হৈছে ৭,২৬৯ গৰাকী।

লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৪.১৩ লাখ ভিখাৰী তথা গৃহহীন লোক আছে। এই তথ্য প্ৰায় সাত বছৰ পুৰণি হোৱালৈ চাই বৰ্তমান অৱস্থা অধিক অৱনতি হোৱাৰ অনুমান কৰিব পাৰি।

অসমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়তো একেধৰণৰ ধাৰা দেখিবলৈ পোৱা যায় য’ত মহিলা ভিখাৰীৰ সংখ্যা পুৰুষতকৈ অধিক।

‘’ত্ৰিপুৰাত ১,৪৯০ গৰাকী ভিখাৰীৰ ভিতৰত ৮৮৩ গৰাকী মহিলা। একেদৰে, মেঘালয়ত মুঠ ৩৯৬ গৰাকীৰ ভিতৰত ২২৪ গৰাকী মহিলা। মণিপুৰত মুঠ ২৬৩ গৰাকী ভিখাৰীৰ ভিতৰত ১৪৬ গৰাকী মহিলা,’’-তেওঁ সদনত জনায়।

উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত মিজোৰামৰ অৱস্থা যথেষ্ট উন্নত। ইয়াত মুঠ ৫৩ গৰাকী ভিখাৰীৰ ভিতৰত ২০ গৰাকী মহিলা।

সামাজিক বিশ্লেষকসকলে মত পোষণ কৰিছে যে ভিক্ষাবৃত্তিৰ সমস্যাটো মোকাৱিলা কৰাৰ কোনো উপযুক্ত নীতিৰ অভাৱৰ বাবেই পৰিস্থিতিটো অধিক বেয়ালৈ গৈছে।

ভাৰতত নিৰাময়হীন ভিখাৰী আৰু গৃহহীনৰ সমস্যাটো মোকাৱিলা কৰিবলৈ নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ চৰকাৰে দুৰ্দশাগ্ৰস্ত ব্যক্তিৰ (সুৰক্ষা, যত্ন আৰু পুনৰ্সংস্থাপন) আৰ্হি বিধেয়ক ২০১৬’ উত্থাপন কৰিছিল যদিও যোৱা বছৰ বিধেয়কখনৰ সংশোধনী প্ৰস্তাৱ বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

‘’বৰ্তমান  ভিক্ষাবৃত্তি সম্পৰ্কত কোনো কেন্দ্ৰীয় আইন নাই  আৰু বেছিভাগ ৰাজ্যই হয় বোম্বে প্ৰিভেনশ্যন অফ বেগিং এক্ট ১৯৫৯’ গ্ৰহণ কৰিছে, নহয় ইয়াৰ আৰ্হি অনুসৰণ কৰি তেওঁলোকৰ আইন প্ৰস্তুত কৰিছে। অসমত সমাজ কল্যাণ বিভাগৰ অধীনত গৃহহীনসকলৰ ঘৰ দিয়াৰ ব্যৱস্থা আগবঢ়োৱা হৈছে। অৱশ্যে, অধিক কল্যাণমূলক আঁচনিৰ প্ৰয়োজন আছে,’’-ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ এগৰাকী বিষয়াই এইদৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd