• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৱ ৰেইলৱেত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি লোৱাৰ অভিযোগ নিখিল ভাৰত অনুসূচিত জাতি-জনজাতি ৰেইলৱে কৰ্মচাৰী সন্থাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 6, 2018 11:49 pm
NF Railway
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সংবিধানে অনুসূচিত জাতি-জনজাতিসকলক যি সুবিধা দিছে তাক উলংঘা কৰি উত্তৰ-পূব ৰেইলৱেত অসাংবিধানিকভাৱে নিযুক্তি পক্ৰিয়া চলি আছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত এই অভিযোগ আনে নিখিল ভাৰত অনুসূচিত জাতি-জনজাতি ৰেইলৱে কৰ্মচাৰী সন্থাৰ ১০ টা জ’নৰ জ’নেল সম্পাদক তাৰিণী চন্দ্ৰ দাসে।

তাৎপৰ্য্যপূৰ্ণভাৱে দিল্লীৰ ৰেইলৱে মুখ্য কাৰ্য্যালয়ৰ পৰা এই অন্যায়টো হৈ আছে বুলি ভাৰতীয় ৰেইল সেৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলাৰ লগতে ইয়াৰ এক সঠিক সমাধানো দাবী কৰে।

Apply Now

দাসে কয়, ‘যদি অনুসুচিত জাতি-জনজাতিৰ সুবিধাসমূহ ৰাখিব নিবিচাৰে তেন্তে সংসদত এই সুবিধাসমূহেই কৰ্তন কৰি দিব লাগে, তাত আমাৰ ক’বলগীয়া একো নাই। কিন্তু কৰ্তন নকৰাকৈ কৌশলগতভাৱে আমাৰ প্ৰাৰ্থীখিনিৰ যদি মুখৰ ভাত কাঢ়ি  নিয়ে তেন্তে আমি বিৰোধীতা কৰিমেই।‘

গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি অসম অনুসুচিত জাতি পৰিষদ, সমাজ কল্যাণ বিভাগ আৰু উন্নয়ন পৰিষদৰ অনুসুচিত জাতি-জনজাতিৰ প্ৰমাণপত্ৰ দিয়াৰ অধিকাৰ নাই বুলি তেওঁ সদৰী কৰি যিসকল চাকৰিয়ালে জালিয়াতি কৰি অনুসুচিত জাতি-জনজাতিৰ প্ৰমাণপত্ৰ দি চাকৰি লাভ কৰিছে সেই সকলৰ বিৰুদ্ধে অসম চৰকাৰক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ দাবী জনায়।

উত্তৰ-পূৱ ৰেইলৱে কতৃপক্ষই ‘১৯৫১ চনৰ পিয়ল অনুসৰি উত্তৰ-পূৱ ৰেইলৱেৰ যিসকল চাকৰিয়ালৰ নাম অনুসুচিত জাতি-জনজাতিৰ তালিকাত নাই সেইসকলক অনতি পলমে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে।‘ তেওঁ কয়।

আনহাতে, উত্তৰ-পূৱ ৰেইলৱেই থলুৱালোকৰ নিযুক্তি বন্ধ কৰি বহিৰাগত ৰাজ্যৰ লোকসকলক নিযুক্তি দিয়া আৰম্ভ কৰিছে বুলি অভিযোগ আনি তেওঁ কয়, ‘পূৰ্বৰ নিযুক্তি পোৱা পদসমূহৰ ৩০ শতাংশই উত্তৰ-পূৱ ৰেইলৱেৰ বাহিৰৰ যিসকলে সাংসদ অথবা অন্যান্য ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত নিজ-নিজ ৰাজ্যলৈ বদলি হৈ গৈছিল। এইটোৱে উত্তৰ-পূৱ ৰেইলৱে কতৃপক্ষক সঠিকভাৱে কাম-কাজ চলোৱাত ব্যাঘাত জন্মাইছে।‘

তেওঁ লগতে ক্ষোভ প্ৰকাশ কৰি কয় ‘যদি আঞ্চলিক ভিত্তিত সুকীয়াকৈ পৰীক্ষা অনুষ্ঠিত নকৰে তেন্তে সংবিধানত অনুসুচিত জাতি-জনজাতিসকলৰ প্ৰতি থকা অধিকাৰসমূহ খৰ্ব হৈ থাকিব।‘

‘প্ৰত্যেক এলেকাতে পৃথক পৃথক নিয়োগৰ বাবে নিয়োগ ব’ৰ্ড আছে। থলুৱা তথা আঞ্চলিক ভিত্তিত প্ৰাৰ্থীক নিয়োগ কৰাৰ কথা ভাৰত চৰকাৰে জাননী নং ৩৬০১৭/১/২০০৪-ইএছটি(সংৰক্ষিত) জৰিয়তে ২০০৫ চনৰ ৫ জুলাইত প্ৰকাশ কৰিছিল।‘ দাসে সংবাদ মেলত কয়।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd