DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উন্নত প্ৰশিক্ষণৰ বাবে ইটালিলৈ যোৱা ভাৰতীয় বক্সিং দলত লাভলিনা বৰগোহাঁই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 8:42 pm
boxer lovlina borgohain

বক্সাৰ লাভলিনা

120
VIEWS
Share on FacebookShare on Twitter

এছিয়ান গেইমছ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত উন্নত মানৰ প্ৰদৰ্শন দাঙি ধৰাৰ লক্ষ্য আগত ৰাখিয়েই অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই, মণিপুৰৰ এমচি মেৰীকম সহ আন আন মহিলা বক্সাৰসকল প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে শুকুৰবাৰে নিশা ৰাওনা হৈছে ইটালিলৈ ।

ভাৰতীয় বক্সাৰৰ দলটোৱে প্ৰস্তুতি শিবিৰত অংশ লোৱাৰ উপৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো অংশ ল’ব বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা যায়।

উল্লেখ্য যে অসম বক্সিং এছ’চিয়েশ্যনৰ সম্পাদক তথা বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ কোষাধ্যক্ষ হেমন্ত কলিতাই এই প্ৰসংগত জানিবলৈ দি কয় যে এছিয়ান গেইমছৰ সম্ভাব্য পুৰুষ আৰু মহিলা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সহায় হোৱাৰ উদ্দেশ্যে বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াই য়ুৰোপত এই বিশেষ প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে ভাৰতীয় মহিলা বক্সিং দলটোৱে ইটালিৰ অ’লিম্পিক পাৰফৰ্মেন্স ট্ৰেইনিং চেণ্টাৰত ফিনলেণ্ড, ৰোমানিয়া, ইটালি আৰু মন্টেনেগ্ৰোৰ আগশাৰীৰ বক্সাৰসকলৰ লগত প্ৰশিক্ষণ গ্ৰহণ কৰিব।

Recent News

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd