DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উন্মুক্ত শ্লুইচ গেটেৰে সোমোৱা পানীয়ে বুৰালে নামনি মাজুলীৰ বিস্তীৰ্ণ অঞ্চল

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
July 7, 2018 8:40 am
মাজুলীত শ্লুইচ গেট
120
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰি নদীৰ বাঢ়নি পানীত প্লাৱিত হ’ল নামনি মাজুলীৰ বিস্তীৰ্ণ অঞ্চল। মাজুলী জলসম্পদ বিভাগে নামনি মাজুলীৰ গুৱালগাঁও-কাকৰিতা মথাউৰিত দুখন শ্লুইচ গেটৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাৰ বাবেই বাঢ়নি পানী সোমাই মথাউৰিৰ অন্তৰ্ভাগ প্লাৱিত কৰি তোলে।

নাৱাৰ্ডৰ ৭.৫০ কোটি টকাৰ অৰ্থ সাহায্যৰে  ২০১৩ চনৰ পৰা নামনি মাজুলীৰ বোকোৰা কাকৰিকতা বিলৰ পৰা গুৱালগাঁও-পহুমৰালৈকে নিৰ্মাণ কৰিব লগা মথাউৰিটোৰ নাডুৱাজান আৰু দলঙাহোলাত দুখন শ্লুইচ গেট নিৰ্মাণৰ ক্ষেত্ৰত জলসম্পদ বিভাগে হেমাহি কৰাৰ ফলতেই উন্মুক্ত শ্লুইচ গেটেৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই আহে।

ইয়াৰ ফলত মাজুলীৰ সৰু এলেঙী, আদি এলেঙী, বালিচাপৰি, অভয়পুৰ, পহুমৰা, কাকৰিকতা, বোকোৰা, ২নং বৰগঞা, বালিগাঁও, গোবিনপুৰ, ১নংবৰগঞা আদিলৈকে প্লাৱিত হোৱাত সমস্যাৰ সন্মুখীন হৈছে গাঁওবাসী ।

আনহাতে বছৰটোৰ দ্বিতীয়টো বানৰ কবলত পৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নামনি মাজুলীবাসীৰ। ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত নামনি মাজুলীৰ ন ন অঞ্চল প্লাৱিত হৈ পৰে।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নামনি মাজুলীৰ ১০খনতকৈ অধিক গাঁও বানত বুৰাই পেলায়। নামনি মাজুলীৰ মিছামৰা, বাঘগাঁও, মাজৰ চাপৰি, চাৰিঘৰীয়া, বৰজান, চিৰামপু্ৰীয়া, মলুৱালকলিতা, ওখলচুক আদি গাঁওকেইখন প্লাবিত হোৱাত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে সৰ্বসাধাৰণ। আনহাতে কৃষি পথাৰসমূহ পানীৰ তল যোৱাত পশুধনৰ খাদ্যৰ অভাৱ হৈছে।

Recent News

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd