• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উমৰাংচুক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব : মুখ্য মন্ত্ৰী সোণোৱাল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 17, 2018 4:32 pm

1 min read

উমৰাংচুক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব : মুখ্য মন্ত্ৰী সোণোৱাল
88
VIEWS
Share on FacebookShare on Twitter

উমৰাংচুক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন কেন্দ্ৰত পৰিণত কৰা হ’ব। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে কয় যে উমৰাংচুক জনপ্ৰিয় কৰি তুলিবৰ বাবে ৰাজ্য চৰকাৰে ডিমা হাচাও জিলাত উন্নয়নমূলক কাম-কাজ বৃদ্ধি কৰিব।

উমৰাংচুত অসম অসামৰিক সেৱা প্ৰশিক্ষণ কেন্দ্ৰ এটা আৰু উদ্যান শস্য মহাবিদালয় এখন স্থাপনৰ কথাও মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে।

ডিমাচা মুক্তি যোদ্ধা বীৰ শম্বুধন ফংল’ৰ ১৬৮ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত ভাগ লৈ মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘উমৰাংচু বৰ সুন্দৰ ঠাই আৰু গোটেই জিলাখনৰ উন্নয়নৰ লগতে ইয়াকো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন কেন্দ্ৰত পৰিণত কৰিবলৈ ৰাজ্য চৰকাৰ খুবেই আগ্ৰহী।’

বৃটিশ্বৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ব দিয়া অঞ্চলটোৰ এজন অন্যতম প্ৰথম নেতা আছিল বীৰ শম্বুধন।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰীয়ে গাওঁবুঢ়াজনক মাননি প্ৰদান কৰাৰ লগতে থাইলেণ্ডত শেহতীয়াকে হোৱা মিঃ এছিয়া প্ৰতিযোগিতাৰ ফাৰ্স্ত ৰানাৰ্ছ আপ খিতাপ পোৱা প্ৰণৱ লাংথাচাকো সম্বৰ্ধনা জ্ঞাপন কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd