• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইচ আই ভিত মৃত্যুৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত পঞ্চম, নৱম আৰু দশম স্থানত আছে ক্ৰমে ম্যানমাৰ, নেপাল আৰু বাংলাদেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2018 12:33 pm
hiv-deaths-ann-wb-678x381

এছিয়াত এইচ আই ভিত মৃত্যু হোৱা সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ এইডছ সম্পৰ্কীয় প্ৰতিবেদন

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়াত এইডছ সম্পৰ্কীয় মৃত্যুৰ ঘটনা হ্ৰাস পোৱাৰ পিছতো অঞ্চলটোত এই ৰোগত মৃত্যু হোৱাৰ ঘটনা অব্যাহত আছে। ৰাষ্ট্ৰসংঘৰ এইডছ সম্পৰ্কীয় প্ৰতিবেদনত এছিয়াৰ দেশসমূহৰ ভিতৰত এইচ আই ভিত মৃত্যুবৰণ কৰা ৰোগীৰ তালিকাত ম্যানমাৰ পঞ্চম, নেপাল নৱম আৰু বাংলাদেশ দশম স্থানত আছে। ৬২,০০০ লোকৰ মৃত্যুৰে তালিকাৰ শীৰ্ষত আছে ভাৰত।

প্ৰতিবেদন অনুসৰি ২০১৬ ত এইডছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ম্যানমাৰত ৭,৮০০ গৰাকী, নেপালত ১,৭০০ গৰাকী আৰু বাংলাদেশত প্ৰায় ১,০০০গৰাকী।

Apply Now

২০১৬ চনত হিচাপ অনুসৰি এছিয়াৰ দেশসমূহত ১৭০,০০০ এইডছ সম্পৰ্কীয় মৃত্যুৰ ঘটনা ঘটিছে। ২০১০ চনত এই সংখ্যা আছিল ২৪০,০০০ টা।

২০১৭ চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি এছিয়াৰ এই দেশসমূহত প্ৰায় ৫.১ নিযুত লোক এইচ আই ভি আক্ৰান্ত। ইয়াৰে ২.৪ নিযুত লোকে চিকিৎসা সেৱা লাভ কৰিছে। এইক্ষেত্ৰত চীনৰ তথ্য সুলভ নহয়।

দক্ষিণ আফ্ৰিকা আৰু নাইজেৰিয়াৰ পিছতে এই আই ভি আক্ৰান্ত লোকৰ ক্ষেত্ৰত তৃতীয় স্থানত থকা দেশখন হৈছে ভাৰত।

চীনত এইচ আই ভি আক্ৰান্ত লোকৰ সংখ্যা হিচাপ অনুসৰি ৪৩০,০০০ আৰু ১.৫ নিযুতৰ মাজত হ’ব বুলি কোৱা হৈছে। অৱশ্যে প্ৰতিবেদনত এইডছ সম্পৰ্কীয় ৰোগত মৃত্যু হোৱা লোকৰ তথ্য সুলভ নহয়।

২০১৬ চনত এই ৰোগত ভাৰতত ৩৮,০০০ লোকে প্ৰাণ হেৰুৱাইছিল। নতুনকৈ এইচ আই ভি আক্ৰান্তৰ সংখ্যা দেশখনত হ্ৰাস পাইছে যদিও এইডছ সম্পৰ্কীয় মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

এইডছ সম্পৰ্কীয় মৃত্যুৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত তৃতীয় স্থানত আছে থাইলেণ্ড। ২০১৬ চনত ১৬,০০০ লোক এই ৰোগত মৃত্যু হোৱা দেশখনে ২০২৩ চনৰ ভিতৰত এইডছৰ ভয়াবহতা নিৰ্মূল কৰিবলৈ ২০১৭ ত ৰাজহুৱা স্বাস্থ্য সেৱাৰ এক নতুন নীতি মুকলি কৰিছে।

এই ৰোগত ২০১৬ চনত ৮,০০০ লোকৰ মৃত্যু হোৱা ভিয়েটনাম এছিয়াৰ ভিতৰত চতুৰ্থ স্থানত আছে। দেশখনত নতুনকৈ আক্ৰান্ত লোকৰ লগতে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

এই ৰোগত মৃত্যু হোৱা তথা নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা বাংলাদেশত সামান্য বৃদ্ধি পাইছে। অৱশ্যে সামগ্ৰিকভাৱে এইচ আই ভি প্ৰসাৰৰ ক্ষেত্ৰত বাংলাদেশৰ হাৰ তলতেই আছে।

প্ৰতিবেদনৰ মতে এছিয়াৰ এই অঞ্চলসমূহত এইডছ সম্পৰ্কীয় মৃত্যুৰ হাৰ ৩৯ শতাংশ হ্ৰাস পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd