• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ কমিউনিষ্ট নেতাৰ মূৰ্তি নিৰ্মাণ কৰিব বিজেপিয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2018 2:01 pm
Biplab-Kumar-Deb
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাত চি পি আই (এম)ৰ আৰাধ্য কমিউনিষ্ট বীৰ নেতাসকলৰ মূৰ্তি ভঙাত অভিযুক্ত নতুন শাসক হিন্দুত্ববাদী, সোঁপন্থী বিজেপিয়ে এইবাৰ পুনৰ নিৰ্মাণ কৰিবলৈ ওলাইছে কমিউনিষ্ট নেতা বৈদ্যনাথ মজুমদাৰৰ ভগ্ন মূৰ্তি|

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে আজি ২৮ জুলাইত আগৰতলাত এই কথা সদৰী কৰিছে।

Apply Now

‘(বিজেপি) দলৰ পুঁজিৰে মূৰ্তিটো পুনৰ নিৰ্মাণ কৰিবলৈ মই কয়লাচহৰৰ দলীয় নেতাসকলক আহ্বান জনাইছো। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে সহায় আগবঢ়াব,’ দেবৰ মন্তব্য।

ভাৰতৰ স্বাধীনতা সংগ্ৰামী কমিউনিষ্ট নেতাজনৰ উনাকতি জিলা সদৰ কয়লাচহৰত থকা বৃহৎ মূৰ্তিটো যোৱা বুধবাৰে ভঙাৰ পিছতে শাসকীয় বিজেপি তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল।

সমালোচনাৰ পিছতে ‘মূৰ্তি ভঙাটো বিজেপিৰ সংস্কৃতি নহয়’ বুলি দাবী কৰি মুখ্য মন্ত্ৰীজনে ঘটনাটোৰ তদন্তৰ বাবে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰিছে।

‘ডি আই জি (উত্তৰ মণ্ডল)ক ঘটনাথলীলৈ পঠিয়াবলৈ আৰু ঘটনাটোৰ তদন্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান অখিল কুমাৰ শুক্লাক মই নিৰ্দেশ দিছো,’ দেবৰ দাবী।

‘ঘটনাটোৰ আঁৰত থকা কাকো সাৰি যাবলৈ দিয়া নহ’ব’ বুলি আশ্বাস দি দেবে লগতে কয়, ‘বিজেপি চৰকাৰৰ ভাবমূৰ্তি নষ্ট কৰিবৰ বাবে চলোৱা ষড়যন্ত্ৰৰ ই অংশ নেকি গম ল’বৰ বাবেও সঞ্চালক প্ৰধানক মই নিৰ্দেশ দিছো|’

ঘটনাত জৰিত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনে যোৱা শুকুৰবাৰে জামিন লাভ কৰিছে।

মূৰ্তিটো ‘বিজেপিৰ গুণ্ডা’ই ভাঙিছে বুলি চিপিআই (এম) নেতা বিশ্বৰূপ গোস্বামীয়ে কৰা দাবী বিজেপিয়ে অগ্ৰাহ্য কৰিছে। মূৰ্তি ভঙা ঘটনাৰ তদন্ত বিচাৰি চিপিআই (এম)এ যোৱা তিনিদিন ধৰি ৰাজ্যখনত প্ৰতিবাদ কৰি আহিছে।

কংগ্ৰেছ, চিপিআই (এম)ৰ লগতে বিজেপিয়েও নেতাজনৰ মূৰ্তি ভঙা ঘটনাটোক গৰিহণা দিছিল।

বিভিন্ন কমিউনিষ্ট নেতাৰ মূৰ্তি ভঙা বুলি দেশজুৰি সমালোচিত হোৱা বিজেপিয়ে অভিযোগসমূহ খণ্ডন কৰি আহিছিল।

ত্ৰিপুৰাত কমিউনিষ্ট দলৰ অন্যতম ভেটি স্থাপনকাৰী নেতা, ২০১১ চনত মৃত্যু হোৱা মজুমদাৰ ১৯৩০ চনৰ চিতাগং অস্ত্ৰভাণ্ডাৰ লুটৰ ঘটনাত স্বাধীনতা যুঁজাৰু সূৰ্য্য সেনৰ অন্যতম সহযোগী আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd