• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এক ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান অল ইণ্ডিয়া ফেডাৰেইশ্যন অব গভৰ্নমেণ্ট মেডিকেল প্ৰেক্টিশ্যনাৰৰ

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
February 4, 2018 10:16 pm
representative Picture
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অল ইণ্ডিয়া ফেডাৰেইশ্যন অব গভৰ্নমেণ্ট মেডিকেল প্ৰেক্টিশ্যনাৰ সংগঠনটোৱে আজি চিকিৎসকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ গোটেই দেশযুৰি এক ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায়।

ৰাষ্ট্ৰীয় চৰকাৰী চিকিৎসক সন্থাৰ কাৰ্যকৰী সভাপতি ডাঃ টবা খান্নাই চিকিৎসকসকলৰ নিৰাপত্তা জনিত সমস্যা বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰি এই দাবী জনায়।

Apply Now

দেওবাৰে সন্ধিয়া মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত ‘আমছা’ৰ ৪৪ সংখ্যক বাৰ্ষিক অধিৱেশনত ডাঃ খান্নাই এই কথা ব্যক্ত কৰে। ‘নিৰাপত্তাৰ দিশটো ৰাজ্য চৰকাৰৰ দায়িত্ব যদিও কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত কিছু পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে’, এইদৰে কয় ডাঃ খান্নাই।

ইয়াৰ উপৰি তেওঁ চিকিৎসকসকলৰ আৰ্থিক নিৰাপত্তা, কাম-কাজৰ পৰিৱেশ তথা কৰ্মৰ সময়সূচী নিৰ্ধাৰণ কৰা আদি বিষয় কেইটাত গুৰুত্ব আৰোপ কৰাৰ বাবে দাবী উত্থাপন কৰে।

মুকলি অধিৱেশনখনৰ সভাপতিত্ব কৰে আমছাৰ সভাপতি ডাঃ দিলীপ দেৱ শৰ্মাই। সভাত উপস্থিত থাকে সদৌ ভাৰত চিকিৎসক সন্থাৰ উপ সভাপতি জে কুথিৰ ভেল, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, স্বাস্থ্য সেৱাৰ যুতীয়া সঞ্চালক ডাঃ ৰূপলাল নুনিছাৰ লগতে অন্যান্য বিশিষ্ট লোক।

উল্লেখ্য যে এই অধিৱেশৰ আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যকৰী পৰিচালক ডাঃ অচ্যুত কুমাৰ বৈশ্যই।

ডাঃ বৈশ্যই তেওঁৰ ভাষণ প্ৰসংগত কয় যে চৰকাৰী চিকিৎসকসকলৰ কৰ্তব্য একমাত্ৰ প্ৰেছক্ৰিপশ্যন লিখাই নহয় তেওঁলোকে ৰোগীসকলৰ লগত সহানুভূতিৰে আচৰণ কৰিব লাগিব। ইয়াৰ উপৰি স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে প্ৰতিবছৰে বহু কোটি টকা আবণ্টন দিয়া হয় বুলিও তেওঁ জনায়।

এই অধিৱেশনতে আমছাৰ প্ৰাক্তন সভাপতি ডাঃ চন্দ্ৰ ধৰ ডেকাই স্মাৰকগ্ৰন্থ এখনো উন্মোচন কৰে। লগতে ডাঃ চিৰাজুল হক, ডাঃ লীলাধৰ ব্ৰহ্ম আৰু ৰাণী দেবীক আয়োজক সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে তিনিদিনীয়া অধিবেশনখন যোৱা শুকুৰবাৰৰ পৰা মঙলদৈ চহৰত অনুষ্ঠিত হৈছে। এই অধিবেশনত তিনিশৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা বুলি আয়োজকে জানিবলৈ দিয়ে।

এই অধিবেশনতে দেওবাৰে পুৰণা সমিতি ভংগ কৰি অহা দুবছৰৰ বাবে নতুন সমিতি গঠন কৰা হয়। ডাঃ পৰেশ কলিতা সভাপতি, আৰু পূৰ্বৰ সম্পাদক ডাঃ কনক চন্দ্ৰ তালুকদাৰক পুনৰ সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰে।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd