• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এচিয়ান গেমছ, অলিম্পিকত স্বৰ্ণ পদক লাভ কৰোঁতাক ১ কোটি টকা প্ৰদান কৰা হ’ব: মুখ্য মন্ত্ৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 17, 2018 8:06 pm
চীফ্ মিনিষ্টাৰ্ছ্ টী ট্ৰাইব্ছ ফুটবল প্ৰতিযোগিতা
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীফ্ মিনিষ্টাৰ্ছ্ টী ট্ৰাইব্ছ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে যে এচিয়ান গেমছ অথবা অলিম্পিকত সোণৰ পদক দখল কৰা খেলুৱৈক চৰকাৰৰ তৰফৰ পৰা ১ কোটি টকা আগ বঢ়োৱা হ’ব।

খেলুৱৈ সকলক অধিক উৎসাহিত কৰিবৰ বাবে অসম চৰকাৰে এই পদক্ষেপ হাতত লৈছে বুলি উল্লেখ কৰি তেওঁ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত জয়ী হোৱা খেলুৱৈ সকলক উৎসাহিত কৰিব পৰাকৈ কোনো ব্যৱস্থা হাতত নোলোৱাৰ বাবেই ক্ৰীড়া জগতখনত অসম পিছ পৰি আছিল বুলি ক্ষোভ প্ৰকাশ কৰ।

Apply Now

অহা ২০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগীয়া টুৰনামেন্টখনৰ উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্য মন্ত্ৰী গৰাকীয়ে বক্তৃতাৰ মাজতে কয়,‘খেলৰ জৰিয়তে ৰাজ্যখনক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা খেলুৱৈ সকলৰ বিকাশ সাধন কৰাৰ বাবে চৰকাৰে আৰু অধিক পৰিকল্পনা যুগুত কৰাৰ লক্ষ্য স্থিৰ কৰিছে।’ এই উদেশ্যে অলিম্পিকত যিগৰাকী খেলুৱৈয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ’ব তেওঁক পোনপটীয়াভাবে এ চি এছ, ডি এছ পি আৰু ডিটিঅ’ ৰ চাকৰিত যোগদান কৰিবলৈ সুবিধা প্ৰদান কৰা হ’ব। আনহাতে এছিয়ান গেমছত সোণৰ পদক দখলকাৰী সকলক আৰক্ষী পৰিদৰ্শক পদত নিযুক্তি দিয়া হ’ব বুলি তেঁও জানিবলৈ দিয়ে।

আনহাতে খেলুৱৈ সকলৰ সমান্তৰালকৈ প্ৰশিক্ষক সকলৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। এই প্ৰসংগত তেওঁ কয় যে প্ৰশিক্ষক সকলকো প্ৰশিক্ষণ দিয়াৰ বাবদ চৰকাৰে নগদ ধন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

আজিৰ উদ্বোধনী সভাখনত মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ সতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তথা বিদ্যুৎ বিভাগৰ দ্বায়িত্বত থকা পল্লবলোচন দাসৰ লগতে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, ক্ৰীড়া আৰু সঞ্চালকালয়ৰ পৰামৰ্শদাতা ও সচিব লক্ষ্য কোঁৱৰ, ভাৰতীয় চাহ মৰ্চাৰ উপ-সভাপতি প্ৰহ্লাদ গোৱালাকে কেন্দ্ৰ কৰি আন বহুকেইজন চাহ জনজাতীয় কল্যাণ বিভাগৰ বিষয়া উপস্থিত থাকে।

অহা ২০ জানুৱাৰীৰ পৰা ১০ ফ্ৰেব্ৰুৱাৰিলৈকে চলিব লগীয়া প্ৰতিযোগিতাখনত ৰাজ্যৰ মুঠ ৮০ টা বিধান সভা সমষ্টিৰ চাহ জনজাতি অধ্যুষিত অঞ্চল সমূহত ২০০০ টা ফুটবলৰ দলৰে সৈতে উক্ত টুৰ্নামেন্ট খন অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে আন্তঃ বিধান সভাৰ খেলসমূহ অনুষ্ঠিত হ’ব আৰু দুয়োটা পৰ্য্যায়ৰ খেলৰ পৰা নিৰ্বাচিত প্ৰতিভাবান খেলুৱৈৰে প্ৰতিখন জিলাতে একোটিকৈ দল গঠন কৰা হ’ব আৰু এওঁলোকে আন্তঃ জিলা প্ৰতিযোগিতাত মাণ্ডলিক পৰ্য্যায়ত অৱতীৰ্ণ হ’ব। আনহাতে কোকৰাঝাৰ, শিলচৰ, ওদালগুৰি আৰু যোৰহাট-এই চাৰিটা মণ্ডলৰ বিজয়ী দলে ছেমি ফাইনেলত পোনে পোনে অশগ্ৰহণ কৰিব পাৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd