• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছিয়ান ইউনিভাৰ্চিটি ফৰ অ’মেনলৈ নিৰ্বাচিত চাহ জনগোষ্ঠীৰ মেধাৱী ছাত্ৰীক মুখ্য মন্ত্ৰীৰ সম্বৰ্ধনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 6, 2018 7:47 pm

1 min read

এছিয়ান ইউনিভাৰ্চিটি ফৰ অ’মেনলৈ নিৰ্বাচিত চাহ জনগোষ্ঠীৰ মেধাৱী ছাত্ৰীক মুখ্য মন্ত্ৰীৰ সম্বৰ্ধনা
101
VIEWS
Share on FacebookShare on Twitter

মুখ মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়স্থিত বাসগৃহত নাৰী শিক্ষাৰ দিশত সমগ্ৰ বিশ্বৰ এক অগ্ৰণী শিক্ষানুষ্ঠান বাংলাদেশৰ ছিটাগঙস্থিত এছিয়ান ইউনিভাৰ্চিটি ফৰ অ’মেনত উচ্চ শিক্ষা গ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা ডিকম চাহ বাগিচাৰ মেধাৱী ছাত্ৰী সোণালী কেৰকেট্টা আৰু বন্দনা পাটৰ তথা হ’কংগ্ৰী চাহ বাগিচাৰ পল্লৱী দাস পনিকাক সম্বৰ্ধনা জনায়।

মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে তেওঁলোকৰ শৈক্ষিক যাত্ৰাত প্ৰয়োজন সাপেক্ষে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা অগবঢ়োৱা হ’ব বুলিও ছাত্ৰী কেইগৰাকীক কয়।

উল্লেখযোগ্য যে বাংলাদেশৰ ছিটাগঙস্থিত এছিয়ান ইউনিভৰ্চিটি ফৰ অ’মেনে উচ্চ শিক্ষাৰ বাবে সম্পূৰ্ণ মেধাৰ ভিত্তিত পৃথিৱীৰ বিভিন্ন দেশৰ ছাত্ৰীক নিৰ্বাচিত কৰাৰ উপৰি এই প্ৰতিষ্ঠানত নাম ভৰ্তি কৰা ছাত্ৰী সকললৈ শৈক্ষিক জনপানিও প্ৰদান কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd