DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছিয়ান গেইমছৰ দলীয় মিক্সড ৪x৪০০ মিটাৰ দৌৰত অংশ নলয় স্বৰ্ণকন্যা হিমা দাসে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2018 6:05 pm
Hima_das-570x320
77
VIEWS
Share on FacebookShare on Twitter

আগন্তুক জাকাৰ্টা এছিয়ান গেইমছত নতুনকৈ অন্তৰ্ভূক্ত কৰা দলীয় মিক্সড শাখাত অংশ নলয় অসমৰ স্প্ৰিণ্টাৰ তথা স্বৰ্ণকন্যা ৰাণী হিমা দাস।

উল্লেখযোগ্য যে হিমা হৈছে ভাৰতৰ দ্ৰুততম কোৱাৰ্টাৰ মিলাৰ (quarter-miler)। হিমাই গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক প্ৰতিযোগিতাত ৪০০ মিটাৰত ৫১.১৩ ছেকেণ্ড সময়ৰে স্বৰ্ণ পদক আজুৰি অনাৰ পাছতে এই ৰেক’ৰ্ডৰ অধিকাৰী হৈছিল।

ইফালে ফিনলেণ্ডৰ টেম্পেৰিত সদ্য সমাপ্ত বিশ্ব জুনিয়ৰ এথলেটিকছত ৪০০ মিটাৰ দৌৰত ৫১.৪৬ ছেকেণ্ডেৰে স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰা হিমা দাসে জাকাৰ্টা এছিয়ান গেইমছত ২০০ মিটাৰ আৰু ৪০০ মিটাৰ ব্যক্তিগত শাখাত অধিক মনোযোগ দিয়াৰ স্বাৰ্থত দলীয় মিক্সড ৪x৪০০ মিটাৰ দৌৰত অংশ নোলোৱাৰ এই সিদ্ধান্ত লৈছে।

প্ৰতিযোগিতাখনত দৌৰ ইভেণ্টৰ সময়সূচীৰ ব্যাপক খেলিমেলি হোৱা বুলি জানিব পৰা গৈছে। সেয়ে হিমাই মিক্সড দৌৰত নিজৰ নাম প্ৰত্যাহাৰ কৰে।

আনহাতে ৰাষ্ট্ৰীয় প্ৰশিক্ষক বসন্ত সিঙে হিমা সন্দৰ্ভত কয় যে এগৰাকী এথলীটৰ বাবে সকলোবোৰ শাখাত অংশগ্ৰহণ কৰাটো বহু কঠিন। সেয়ে হিমাই মিক্সড শাখাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd