DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এটা গামলাক বাদ্যযন্ত্ৰ হিচাপে লৈ সংগীত পৰিৱেশন কৰা অন্ধ শিল্পী শৈলেন পায়েঙক বিহু কমিটিৰ প্ৰৱঞ্চনা

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 22, 2018 2:21 pm
Sailen
114
VIEWS
Share on FacebookShare on Twitter

মাজুলীত বিহু সমিতিৰ প্ৰবঞ্চনাৰ বলি হ’ল মাজুলীৰ জনপ্ৰিয় অন্ধ শিল্পী শৈলেন পায়েং।

উল্লেখযোগ্য যে মাজুলীৰ শৈলেন পায়েং নামৰ অন্ধ শিল্পীজনে এটা গামলাকে বাদ্যযন্ত্ৰ হিচাপে লৈ গীত পৰিৱেশন কৰি জনসাধাৰণৰ মন মুহিবলৈ সক্ষম হৈছে। বোকাৰ পদূম স্বৰূপ শৈলেন এতিয়া মাজুলীৰ বিহু মঞ্চৰ এটা চিনাকী নাম।

মাজুলীৰ বিভিন্ন স্থানত অনুষ্ঠিত বিহুৰ অনুষ্ঠান সমূহলৈ আমন্ত্ৰণ পোৱা শৈলেনক দেওবাৰে মাজুলীৰ মহকিনাৰ অঞ্চলত অনুষ্ঠিত বহাগী বিদায় অনুষ্ঠানৰ অন্যতম শিল্পী হিচাপে আমন্ত্ৰণ জনাইছিল।

প্ৰাপ্ত তথ্য মতে পোন্ধৰ হাজাৰ টকাৰ বন্দোবস্তিৰে শৈলেনক গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ কৰিছিল বিহু কমিটিয়ে। আৰু সেই অনুসৰিয়ে সন্ধিয়া বিহু মঞ্চত গীত পৰিবেশন কৰিছিল শৈলেনে।

কিন্তু অনুষ্ঠানৰ শেষত শৈলেনক মাননি দিবলৈ অমান্তি হয় বিহু সমিতি আনকি শৈলেনক অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰিলে বিহু কমিটিয়ে।

ফলত ঘটনা সন্দৰ্ভত শৈলেনে গড়মূৰ আৰক্ষী থানাৰ সহায় লয়। গড়মূৰ আৰক্ষীৰ তৎপৰতাত বিহু সমিতিয়ে শৈলেনক চাৰিদিনৰ ভিতৰত পূৰ্বে নিৰ্দ্ধাৰিত কৰা মাননি দিব বুলি চুক্তি কৰে।

আনহাতে মাজুলীত জনপ্ৰিয়তা অৰ্জন লাভ কৰবিলৈ সক্ষম হোৱা এজন অন্ধ শিল্পীক কৰা এনেদৰে অপমান কৰা কাৰ্যক মাজুলীৰ সচেতন মহলে তীব্ৰ ভাষাৰে গৰিহণা দিছে।

Recent News

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd