DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিক লৈ প্ৰচাৰিত উৰা বাতৰিক কেন্দ্ৰ কৰি এজনৰ আত্মহত্যা

এন ই নাও নিউজ ব্যৰো by এন ই নাও নিউজ ব্যৰো
December 4, 2017 1:07 pm
63
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিকলৈ ৰাজ্যখনত চলি থকা নিত্য নতুন মোৰৰ মাজতে গোৱালপাৰা জিলাৰ জলেশ্বৰত এজন লোকৰ আত্মহত্যাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে ৩ ডিচেম্বৰত জলেশ্বৰৰ বাঁহমূৰা গাঁৱৰ আনোৱাৰ হুছেইনে তেওঁৰ জীয়ৰীৰ নামত নাগৰিকত্ব বিধি ২০০৩ ৰ পৰিশিষ্টৰ ৩(৪) ধাৰাৰ অধীনত জাৰি কৰা জাননী পত্ৰ লাভ কৰে। উক্ত পত্ৰ পাই দুঃচিন্তাত মানসিকভাৱে ভাগি পৰা লোকজনে এই সম্পৰ্কত কোনো লোকৰ পৰামৰ্শ বিচৰা নাছিল। উল্লেখযোগ্য যে আনোৱাৰ হুছেইনে তেওঁৰ জীয়ৰীৰ নামটো এন আৰ চিৰ তালিকাত অন্তৰ্ভুক্ত নহ’ব বুলি ধাৰণা কৰাৰ লগতে  বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব বুলি ভীতিগ্ৰস্ত হৈ পৰে। ফলত কালি নিশা তেওঁ নিজ গৃহতেই কীটনাশক দ্ৰব্য সেৱন কৰে। পুৱা পৰিয়ালৰ লোকে আনোৱাৰক অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও তেওঁৰ চিকিৎসালয়লৈ নিয়া অৱস্থাতে মৃত্যু হয়। আনহাতে আজি কিছু দিন ধৰি  অঞ্চলটোত এন আৰ চিৰ পৰা বহু লোকৰ নাম বাদ পৰিব বুলি এক উৰা বাতৰি প্ৰচাৰ হৈ আহিছিল। ইয়াৰ পৰিণতিতে আনোৱাৰে আতংকিত হৈ আত্মহত্যাৰ দৰে পথ বাচি লয় বুলি স্থানীয় ৰাইজে অনুমান কৰিছে।

Recent News

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd