• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ প্ৰথম খচৰাত প্ৰায় ২ কোটি লোকৰ নাম সন্নিৱিষ্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 30, 2017 9:10 pm

1 min read

বৰপেটাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত সজাগতা সভা অনুস্থিত
273
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ পাবলৈ আৰু কিছু সময় বাকী থকা অৱস্থাতে এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই কয় যে যদি কোনো লোকৰ নাম নাগৰিক পঞ্জীৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই ই প্ৰমান নকৰে যে উক্ত ব্যক্তিজন এজন ভাৰতীয় নাগৰিক নহয়। প্ৰাপ্ত তথ্য অনুসৰি বিষয়াজনে আৰু কয় যে ৩১ ডিচেম্বৰত প্ৰকাশ পাবলগীয়া প্ৰথমখন তালিকাত ২০১৩ চনত পঞ্জীয়নৰ বাবে আবেদন কৰা ৩.২৮ কোটি লোকৰ প্ৰায় ২ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হ’ব। ৰাজ্যজুৰি স্থাপন কৰা ২৫০০- ৩০০০ টা চৰকাৰী সেৱা কেন্দ্ৰৰ লগতে মহা পঞ্জীয়কৰ ৱেবছাইটত উক্ত তালিকাখন উপলব্ধ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰোপৰি যি সকল লোকে  ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগত নিজৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰি ৰাখিছে তেওঁলোকে এছ এম এছৰ জৰিয়তে ৩১ ডিচেম্বৰত তালিকাখন লাভ কৰিব।

তেওঁ লগতে কয়, ‘ অসমৰ একাংশ লোকৰ মাজত এক প্ৰবল উৎকন্ঠা স্বৃষ্টি হৈছে যে উক্ত খচৰা তালিকাত নাম প্ৰকাশ নোহোৱা লোকসকলক অসমৰ নাগৰিক হিচাপে গন্য কৰা নহ’ব। কিন্তু ই সত্য নহয়, ই কেৱল বুজাই যে তেওঁলোকৰ পুণঃপৰিক্ষন সম্পুৰ্ণ হৈ উঠা নাই।’

 

 

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd