DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ প্ৰথম খচৰাত বৰপেটাৰ ৩৮% লোকৰ লোকৰ নাম অন্তৰ্ভুক্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2018 8:10 pm
97
VIEWS
Share on FacebookShare on Twitter

৩১ ডিচেম্ববৰৰ নিশা বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলা প্ৰশাসনকো তৎপৰ হৈ পৰা দেখা গৈছে। এই উদ্দেশ্যে আজি জিলাখনৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও এন আৰ চি সহায়ক কেন্দ্ৰ পৰিদৰ্শন কৰে জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰ,চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাস, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আৰু তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে। এন আৰ চি সহায়ক কেন্দ্ৰ সমুহ পৰিদৰ্শনৰ বাবে অহা জিলা উপায়ুক্তগৰাকীয়ে কয় যে এন আৰ চিৰ প্ৰথমখন খচৰাত জিলাখনৰ ৩৮% লোকৰ নাম অন্তৰ্ভুক্ত হৈছে৷  তেওঁ লগতে কয় যে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰা মুঠ ১৯,২৭,৬৬০ গৰাকী লোকৰ ভিতৰত প্ৰথম পৰ্যায়টোত ৭,৩৩,২৩৯ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। অৱশ্যে নাম প্ৰকাশৰ পৰা বাদ পৰি ৰোৱা লোক সকলক শংকিত হ’ব লগীয়া কোনো কাৰন নাই বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে মুঠ ১৪ টা এন আৰ চি সহায়ক কেন্দ্ৰ থকা চেঙা ৰাজহ চক্ৰৰ লগতে সমগ্ৰ বৰপেটা জিলাতে কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি জানিবলৈ দি  বৰপেটা জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই কয় যে আইন শৃংখলা সন্দৰ্ভত সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে।

Recent News

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

ঘৃণা এবিধ প্ৰজ্জ্বালক

ঘৃণা এবিধ প্ৰজ্জ্বালক

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd