DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি : নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক; কেন্দ্ৰৰ পৰা অধিক নিৰাপত্তা বাহিনী বিচাৰিছে অসম চৰকাৰে

ৰাজীব ৰয় by ৰাজীব ৰয়
July 4, 2018 10:41 pm
DGP_KuladharSaikia
73
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত অসমৰ আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে দেশৰ গৃহ বিভাগক অধিক  কেন্দ্ৰীয় নিৰাপত্তা বাহিনী বিচাৰিছে ৰাজ্য চৰকাৰে।

‘আমি অধিক কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী বিচাৰিছো। ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰই আমাক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ নিশ্চিতি দিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আমি এন আৰ চি প্ৰকাশৰ বাবে আগবাঢ়িছো,’ নৰ্থ ব্লকৰ বৈঠকৰ পিছত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ মন্তব্য।

তেওঁ লগতে জনাই যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ বিষয়েও আজিৰ বৈঠকত আলোচনা হয়।

ভাৰতৰ গৃ্হ সচিব ৰাজীৱ গাউবাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত গৃহ বিভাগৰ আন শীৰ্ষ বিষয়াসকলৰ লগতে দেশৰ মহা পঞ্জীয়ক শৈলেশ, আইবি-ৰ মুৰব্বী ৰাজীৱ জে’নৰ লগতে দিচপুৰৰ হৈ মুখ্য সচিব টি ৱাই দাস, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়া, বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্য আৰু অতিৰিক্ত আলোক কুমাৰ উপস্থিত আছিল।

সূত্ৰ অনুসৰি দিচপুৰে ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ পৰা অৰ্ধ সামৰিক বাহিনীৰ অতিৰিক্ত ৫০টা কোম্পানি বিচাৰিছে।

পূৰ্বে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰৰ পৰা ১৫০টা কোম্পানি বিচাৰিছিল।

Recent News

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd