• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এন এছ ই বিনিয়োগকাৰী মেলা ২০১৮’ উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 7:09 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সমগ্ৰ দক্ষিণ পূব এছিয়াৰ সৈতে ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত অসম উপযুক্ত স্থান। এই অঞ্চলৰ ভৌগোলিক অৱস্থিতিয়ে ব্যৱসায়িক ক্ষেত্ৰখনৰ অনুকূল বাতাবৰণ সূচনা কৰিছে। দেশৰ এই অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন সাধন আৰু এছিয়ান দেশসমূহৰ বৃহৎ বজাৰখনক সামৰি লোৱাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে দায়দ্ধতাৰে উদ্যোগীসকলক উৎসাহিত কৰি আহিছে।’ আজি ৰাষ্ট্ৰীয় ষ্টক একক্সেঞ্জে আয়োজন কৰা এন এছ ই বিনিয়োগকাৰী মেলা ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে এন এছ ই বিনিয়োগ মেলাই পুঁজি বজাৰত প্ৰৱেশৰ বাবে ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগী সকলক সুযোগ প্ৰদান কৰিব আৰু বিকাশৰ দিশলৈ আগবঢ়াৰ ক্ষেত্ৰতচ ৰোড মেপ প্ৰস্তুতৰ বাবে এক সৱল মানসিকতাৰ উন্মেষ সাধন কৰিব।

Apply Now

বিভিন্ন খণ্ডৰ জৰিয়তে অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ বিষয়ে আলোকপাত কৰি মুখ্য মন্ত্ৰী গৰাকীয় কয় যে ৰাজ্য চৰকাৰে অসম ষ্টাৰ্টআপ নীতি ২০১৭, তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক নীতি ২০১৭, হস্ততাঁত নীতি ২০১৭-১৮, চেনি নীতি ২০১৮, বায়’ টেকন’জি নীতি-২০১৮ , পৰ্যটন নীতি ২০১৭, সৌৰ শক্তি নীতি ২০১৮ আদিৰ দৰে বিভিন্ন নীতি গ্ৰহণ কৰিছে। লগতে ইয়াৰ জৰিয়তে বিনিয়োগকাৰী সকলৰ বাবে অসমক অগ্রণী স্থান হিচাপে পৰিৱৰ্তন সাধন কৰিব বিচৰা হৈছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ষ্টেট কেপিটেলৰ ৰিজনৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণ, গুৱাহাটী মহানগৰীৰ পৰা টিহুলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ঔদ্যোগিক কৰিড’ৰ, ৬৫ মহলীয়া টুইন টাৱাৰৰ জৰিয়তে বিশ্ব বাণিজ্য কেন্দ্ৰ স্থাপনৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে উত্তৰ-পূব ঔদ্যোগিক আঁচনি ২০১৭ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে অনুমোদন জনাইছে আৰু ই উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ বাবে ব্যৱসায়িক ঔদ্যোগিক গোট সমূহক উৎসাহিত কৰিব।

অনুষ্ঠানটোত ৰাষ্ট্ৰীয় ষ্টক একচেঞ্জৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বিত্ৰম লীমায়ে ভাষণ প্ৰসংগত এই বিনিয়োগ মেলাই এছ এম ইক উৎসাহিত কৰিব বুলি কয়। অসম চেম্বাৰ অব কৰ্মাচৰ অধ্যক্ষ ৰূপম গোস্বামীয়েও অনুষ্ঠানত ভাষণ প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd