• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

এভাৰেষ্ট অভিযানৰ বাবে সাজু আন এগৰাকী অৰুণাচলী মহিলা মুৰি লিংগি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 12:34 pm
Muri-Linggi-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ এবাৰ এভাৰেষ্ট অভিযানৰ বাবে সাজু হৈছে অৰুণাচলৰ এগৰাকী মহিলা। চাৰিজনীকৈ কন্যা সন্তানৰ মাতৃ চল্লিশ বছৰীয়া মুৰি লিংগিয়ে এই যাত্ৰাৰ বাবে সাজু হৈছে আৰু দ্বিতীয় গৰাকী অৰুণাচলী মহিলা হিচাপে ইতিহাসৰ ৰচাৰ পথত আগবাঢ়িছে।

মুৰিৰ ডাঙৰজনী ছোৱালীয়ে এইবাৰ চিবিএছচিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে।

Apply Now

ইয়াৰ আগেয়ে অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাৰ টিনে মীনাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী এভাৰেষ্ট আৰোহনকাৰী হিচাপে অভিলেখ গঢ়িছিল।

মুৰি লিংগিৰ এভাৰেষ্ট অভিযান বৃহস্পতিবাৰে পতাকা জোকাৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ মুকুট মিথিয়ে।

লিংগিয়ে প্ৰকাশ কৰে যে টিনে মীনাৰ পৰাই তেওঁ অনুপ্ৰেৰণা লাভ কৰি ২০১৩ চনত পৰ্বতাৰোহণৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মীনাৰ সৈতে তেওঁ কেইবাটাও অভিযানত অংশ লৈছিল আৰু ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল মীনাৰ সৈতে হিমাচল প্ৰদেশত এক মহিলা অভিযানকাৰী দলৰ সদস্য হিচাপে ৬৬২২ মিটাৰ উচ্চতাৰ মেন্থোছা শৃংগ আৰোহণ।

সেই একে বৰ্ষতে তেওঁ ডিৰাঙৰ এন আই এম এ এছ আৰ্মি প্ৰতিষ্ঠানৰ পৰা পৰ্বতাৰোহণৰ এক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ২০১৬ চনত লিংগিয়ে এভাৰেষ্ট আৰোহনকাৰী অংশু জনছেম্পাৰৰ সৈতে আন এক মহিলা পৰ্বতাৰোহণ অভিযানত ৬২২২ মিটাৰ উচ্চতাৰ গৰিচেন শৃংগ আৰোহন কৰিছিল।

জানিব পৰা মতে এভাৰেষ্ট অভিযানৰ বাবে ন্যুনতম ২০ লাখ টকাৰ প্ৰয়োজন হ’ব। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ১০ লাখ মঞ্জুৰ কৰিছে। এনএইচপিচিৰ দিবাং বহুমুখী প্ৰকল্পৰ পৰা ১ লাখ টকা আগবঢ়াইছে। ইয়াৰ লগতে মধুকন গ্ৰুপে ১ লাখ টকাৰ বৰঙণি দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু অৰুণাচল মহিলা আৰু শিশু কল্যাণ সমিতি নামৰ বেচৰকাৰী সংস্থাটোৱে ৫০,০০০ টকা আগবঢ়াইছে। তদুপৰি, সাংসদ মুকুট মিথিৰ লগতে কেইগৰাকীমান শুভাকাংখীয়েও কিছু বৰঙণি আগবঢ়াইছে।

অভিযান শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থকা এভাৰেষ্ট আৰোহণকাৰী টিনে মীনাই কয়, ‘’কেতিয়াবা পৰ্বতত আনকি সৰু বাধায়ো বহুত কষ্ট আৰু হতাশা আনি দিয়ে।‘’ তেওঁ লিংগিক এইবোৰ কথাত গুৰুত্ব নিদি নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যাবলৈ উপদেশ দিয়ে।

অভিযানৰ পাতনি মেলাৰ আগতে লিংগিয়ে ৫৭-৫৮ দিনৰ এটা বিশেষ প্ৰশিক্ষণ সমাপ্ত কৰিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd