• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এয়েৰটেল গ্ৰাহকলৈ ৩০ জিবি বিনামূলীয়া ৪জি ডেটা; জিঅ’ৰ দৰে ভ’ল্ট নে’টৱৰ্ক আৰম্ভ কৰিব অসমত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 5:55 pm
airtel-unlimited-calls-free-4g-data-offers in assam
263
VIEWS
Share on FacebookShare on Twitter

এয়েৰটেলে অসমত শীঘ্ৰেই আৰম্ভ কৰিব ভ’ল্ট (VoLTE) ৪জি সেৱা। ইয়াৰ বাবে কোম্পানিটোৱে অসমত ইতিমধ্যে আৰম্ভ কৰিছে পৰীক্ষামূলক সেৱা। পৰীক্ষামূলক সেৱা গ্ৰহণ কৰিব খোজা গ্ৰাহকক বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে ৩০ জিবি ডেটা।

পৰীক্ষামূলক সেৱা গ্ৰহণ কৰি সেৱাৰ মান সম্পৰ্কে কোম্পানিটোৰ সৈতে নিজৰ নিজৰ মত বিনিময় কৰিবলৈ অনুৰোধ কৰি কোম্পানিটোৰ পৰা ইতিমধ্যে অসমৰ এয়েৰটেল গ্ৰাহকে মেচেজ পাইছে বুলি জানিব পৰা গৈছে।

কোম্পানিটোৱে গ্ৰাহকলৈ পঠোৱা ৱে’ব লিংকটো ক্লিক কৰি নিজৰ ম’বাইলৰ ছফটৱেৰ আপডে’ট কৰি ভ’ল্ট সেৱাৰ সুবিধা ল’ব পাৰিব বুলি জনোৱা হৈছে।

জিঅ’ৰ পিছতে ভ’ল্ট নেটৱৰ্ক সেৱা আগবঢ়োৱা এয়েৰটেল হ’ল দ্বিতীয়টো কোম্পানি। পূৰ্বে এয়েৰটেলৰ ৪জি সেৱা আছিল কিন্তু জিঅ’ৰ দৰে ভ’ল্ট নেটৱৰ্ক নাছিল। আনহাতে জিঅ’ৰ ২জি/ ৩জি সেৱা নথকাৰ বিপৰীতে এয়েৰটেলৰ এই দুয়োটা সেৱাই আছে।

হিন্দুস্তান টাইমছৰ বাতৰি অনুসৰি ১০০ টাতকৈও অধিক স্মাৰ্টফ’নে এয়েৰটেলৰ এই নেটৱৰ্কত কাম কৰিব বুলি কোম্পানিটোৱে জনাইছে।

মহাৰাষ্ট্ৰ, গোৱা, মধ্য প্ৰদেশ, চত্তিশগড়, গুজৰাট, তামিলনাডু, কৰ্নাটক আৰু ক’লকাতাত ইতিমধ্যে কোম্পানিটোৱে ইয়াৰ ৪জি ভ’ল্ট সেৱা আৰম্ভ কৰিছে।

এতিয়ালৈকে ভাৰতৰ সৰ্ববৃহৎ নেটৱৰ্ক এয়েৰটেলে গোটেই দেশজুৰি ৪জি সেৱা আগবঢ়াই আহিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd