• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ এম চিৰ ২৩ মাৰ্চৰ সাক্ষাৎকাৰত কলা শাখাৰ লেবৰেটৰী টেকনিচিয়ানক বঞ্চিত কৰাৰ অভসন্ধি  

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2018 10:59 am
Assam Medical College - Dibrugarh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৩ মাৰ্চত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত (এ এম চি) অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰো চূড়ান্ত অনিময়ৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। কলা শাখাত উত্তীৰ্ণ হৈ লেবৰেটৰী টেকনিচিয়ান পঢ়াসকলক সাক্ষাতকাৰৰ পৰা বঞ্চিত কৰাৰ এক ভিতৰুৱা অভিসন্ধি চলা বুলি গুৰুতৰ অভিযোগ কৰিছে একাংশ প্ৰাৰ্থীয়ে।

তাৎপৰ্যপূৰ্ণ যে, সাক্ষাৎকাৰৰ বাবে আবেদন কৰা একাংশ লেবৰেটৰী টেকনিচিয়ানে কলা শাখাৰ পৰা উত্তীৰ্ণ হোৱা। ইয়াৰে আকৌ অধিকাংশই অসম চিকিৎসা মহাবিদ্যালয়ত (এ এম চি) বহু বছৰ ধৰি সেৱা আগবঢ়াই আহিছে।

Apply Now

সেয়ে এনে একাংশ লেবৰটৰী টেকনিচিয়ানে বিষয়বস্তুটোৰ গুৰুত্ব বুজি সাক্ষাৎকাৰত কলা আৰু বিজ্ঞান উভয় শাখাতে উত্তীৰ্ণ টেকনিচিয়ানক অগ্ৰাধিকাৰ দিবলৈ অসমৰ স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য শিক্ষা সঞ্চালকক আহ্বান জনাইছে।

উল্লেখযোগ্য যে, ২০০৯ চনৰ আগলৈকে সকলো চিকিৎসা মহাবিদ্যালয়ত প্ৰথম বৰ্ষৰ চাৰ্টিফিকেট ক’ৰ্ছ পঢ়া শিক্ষাৰ্থীক সুবিধা দিছিল। অৰ্থাৎ সেইসকলেই আৰম্ভণিৰ পৰা সেৱা আগবঢ়াই আহিছে। এতিয়া বিজ্ঞান শাখাৰ লেবৰেটৰী টেকনিচিয়ানসকল অহাৰ পাছত কলা শাখাৰ টেকনিচিয়ানসকলক বঞ্চিত কৰাটো যুক্তিসংগত নহয় বুলিও তেওঁলোকে জনায়।

অহা ২৩ মাৰ্চত এ এম চিত অনুষ্ঠিত কৰিবলৈ লোৱা লেবৰেটৰী টেকনিচিয়ানৰ মৌখিক পৰীক্ষা সাময়িকভাবে বাতিল কৰিবলৈ স্বাস্থ্য শিক্ষা সঞ্চালকক দাবী জনাইছে।

কলা শাখাত উত্তীৰ্ণ হৈ পাছলৈ লেবৰেটৰী টেকনিচিয়ান হোৱা সকলে বছৰ বছৰ ধৰি প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত স্থায়ীভাৱে সেৱা আগবঢ়াই অহাৰ পাছত কি যুক্তিত এতিয়া তেওঁলোকক বঞ্চিত কৰাৰ পৰিকল্পনা কৰা হৈছে তাক লৈ সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও গুৱাহাটী মেডিকেল কলেজত অনুষ্ঠিত লেবৰেটৰী টেকনিচিয়ান পদৰ সাক্ষাৎকাৰত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উহ্থাপন হৈছিল।  কিন্তু এতিয়া এই সম্পৰ্কত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষজ্ঞেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd