• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ কেলেংকাৰি : গ্ৰেপ্তাৰ কৰা ১৯ জন ৰাজপত্ৰিত বিষয়াক আজি হাজিৰ কৰোৱা হ’ব আদালতত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 19, 2018 9:44 am

1 min read

এ পি এছ চিৰ কেলেংকাৰি : গ্ৰেপ্তাৰ কৰা ১৯ জন ৰাজপত্ৰিত বিষয়াক আজি হাজিৰ কৰোৱা হ’ব আদালতত
73
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে এ পি এছ চি কেলেংকাৰিৰ ঘটনা সন্দৰ্ভত হস্তাক্ষৰৰ নমুনা দিবলৈ অহা ১৯ গৰাকী ৰাজপত্ৰিত বিষয়াক কাহিলিপাৰাস্থিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ’ব। আৰু আদালতত আটাইকেইগৰাকীকে ১৪ দিনৰ জিম্মাত আৰক্ষীয়ে বিচাৰিব বুলি জানিব পৰা গৈছে।

বুধবাৰে গ্ৰেপ্তাৰ কৰা ১৯ জনৰ ভিতৰত ৩ গৰাকীক পাণবজাৰ থানাত, ৮ গৰাকীক মহিলা অভিযুক্তক পাণবজাৰ মহিলা থানাত আৰু আন অভিযুক্ত কেইগৰাকীক কাহিলিপাৰাৰ বিশেষ শাখাত ৰখা হয়।

উল্লেখযোগ্য যে পাণবজাৰ মহিলা থানাৰ লক আপত আবদ্ধ সাংসদ আৰ পি শৰ্মাৰ জীয়ৰীকে ধৰি ৮ গৰাকী মহিলা  ৰাজপত্ৰিত বিষয়াই আভিজাত্য ত্যাগ কৰি সাধাৰণ অপৰধীৰ দৰে নিশাটো পাৰ কৰিব লগীয়া হয়।

যিহেতু নিশা থানাৰ ভাত, দাইল আৰু পনীৰৰ তৰকাৰী খাই আজি পুৱা পুনৰ দুখন বিস্কুটেৰে চাহ খাব লগীয়া হয় মহিলা ৰাজপত্ৰিত বিষয়া কেইগৰাকীয়ে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd