DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ কেলেংকাৰি : ২০১৩ বৰ্ষৰ চামৰ ৯ জন বিষয়ালৈ আৰক্ষীৰ চমন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 11:11 pm
apsc_office_pic
90
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি চৰ্চিত এ পি এছ চিৰ কেলেংকাৰিৰ আন এটা মোৰ আজি দেখা পোৱা গৈছে। ২০১৫ বৰ্ষত পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ২৫ জনক ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত কৰাৰ পিছত এইবাৰ ২০১৩ বৰ্ষৰ APSC পৰীক্ষাৰ যোগেদি চাকৰি পোৱা কেইবাজনো বিষয়াক জেৰাৰ বাবে তলব কৰা বুলি জানিব পৰা গৈছে।

এটা সূত্ৰৰ মতে তদন্তকাৰী কৰ্তৃপক্ষই ২০১৩ বৰ্ষৰ কেইবাজনো বিষয়াক সন্দেহৰ তদন্তৰ আওতালৈ অনাৰ সিদ্ধান্ত লৈছে। ইয়াৰে ৯জন বিষয়া অহা ৭ ফেব্ৰুৱাৰি অৰ্থাৎ পৰহিলৈৰ ভিতৰত আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

সূত্ৰটোৰ মতে জেৰাৰ বাবে মাতি পঠিওৱা বিষয়া কেইজন হ’ল : অভিষ্কা বৰুৱা (এ চি এছ), জয়দেৱ মহন্ত (এ চি এছ), বৰ্ণালী দেৱী (কৰ পৰিদৰ্শক), ৰিতুৰাজ গগৈ (এ চি এছ), অভিষেক বৰবৰা (আবকাৰী পৰিদৰ্শক), সঞ্জন ফুকন (এ চি এছ), কৌশিক কলিতা (এ পি এছ), সত্যজিৎ সৰকাৰ (সহকাৰী নিয়োগ বিষয়া), আৰু দেৱব্ৰত দে’ (এ চি এছ)।

উল্লেখযোগ্য যে বিয়াগোম কেলেংকাৰিটোত বহু ৰৌ-বৰালি পৰিবলৈ এতিয়াও বাকী আছে বুলি বহুতে মন্তব্য কৰি আহিছিল। লগতে এই তদন্তৰ আওতাত পূৰ্বৰ পৰীক্ষাবোৰৰ জৰিয়তে নিৰ্বাচিত তথা নিযুক্ত বিষয়াকো সাঙুৰি ল’বলৈ বিভিন্ন পক্ষই আহ্বান জনাই আহিছিল।

Recent News

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd