• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ পি এছ চি কেলেংকাৰি : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাঙুৰিলে একালৰ সতীৰ্থ গৌতম ৰয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2018 12:44 pm
তৰুণ গগৈ, গৌতম ৰয়

তৰুণ গগৈ আৰু গৌতম ৰয়। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ পি এছ চি কেলেংকাৰিকলৈ বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত বিষয়টোৱে ৰাজনীতিৰ ক্ষেত্ৰখনতো পানী ঘোলা কৰিবলৈ আৰম্ভ কৰিছে। এ পি এছ চি কেলেংকাৰিৰ সৈতে এইবাৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক সাঙুৰিলে গগৈৰ একালৰ সতীর্থ প্ৰাক্তন সমাজ কল্যাণ মন্ত্ৰী গৌতম ৰয়ে।

এ পি এছ চি কেলেংকাৰিৰ মূল অভিযুক্ত ৰাকেশ পালৰ সৈতে এসময়ত সু-সম্পর্ক ৰক্ষা কৰা প্রাক্তন মন্ত্রী গৌতম ৰয়ক তদন্তৰ আওতালৈ অনা হ’ব বুলি ব্যাপক চৰ্চা চলি থকাৰ মাজতে গৌতম ৰয়ে বিষয়টো আনফালে ঢাল খোৱাবলৈ এইদৰে গগৈক টানি অনাৰ চেষ্টা কৰা দেখা গ’ল।

Apply Now

‘ৰাকেশ পালৰ সৈতে মোতকৈ তৰুণ গগৈৰহে ভাল আছিল। তেওঁহে জানিব ক’ত কি হৈছিল,’– সাংবাদিকৰ প্রশ্নৰ উত্তৰত শনিবাৰে গৌতম ৰয়ে এই বিতর্কিত মন্তব্য আগবঢ়ায়। কেলেংকাৰীৰ মহানায়ক ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ সৈতে ৰয়ৰ এখন ফটো ৰাজহুৱা হোৱাৰ পাছত সৃষ্টি হোৱা প্রতিক্রিয়া সন্দর্ভত ৰয়ে সাংবাদিকৰ আগত এনেধৰণে মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘মই এবাৰ মন্দিৰ দর্শন কৰিবলৈ যাওঁতে ৰাজীৱ পালক লগ পাইছিলোঁ। তেওঁৰ সৈতে মোৰ ঘনিষ্ঠতা নাছিল৷’

উল্লেখযোগ্য যে প্রাক্তন মন্ত্রী গৌতম ৰয়ৰ পৰামৰ্শমতেই  ৰাকেশ পাল এ পি এছ চিৰ সদস্য নিৰ্বাচিত হৈছিল। আয়োগৰ সদস্য হোৱাৰ পিছত নিজৰ চতুৰতাৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দৃষ্টি আকৰ্ষিত কৰি পাল অধ্যক্ষৰ আসনত বহিছিল।

আনহাতে, ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল এ পি এছ চিৰ নিযুক্তি কেলেংকাৰিত প্রত্যক্ষভাৱে জড়িত হৈ আছে। অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি ৰাজীৱ পাল বৰ্তমানো পলাতক হৈ আছে। ইপিনে, ডিব্রুগড় আৰক্ষীয়ে দুজন প্রাক্তন মন্ত্রীক এ পি এছ চি কেলেংকাৰি সন্দর্ভত জেৰা কৰিব বুলি জানিব পৰা গৈছে আৰু ইয়াত গৌতম ৰয়ৰ নাম ওলাইছে। ইতিপূর্বে সমাজ কল্যাণৰ কোটি টকীয়া কেলেংকাৰি সন্দর্ভত গৌতম ৰয়ক তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই জেৰা কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে কালি গৌতম ৰয়ে সাংবাদিকৰ আগত কয় যে ‘এ পি এছ চি কেলেংকাৰিৰ বিষয়ে মই একো নাজানো। প্রাক্তন মুখ্যমন্ত্রীয়েহে জানিব।‘

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd