DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এছ চি কেলেংকাৰি : অন্তিম সময়সীমালৈ দুদিন থকা অৱস্থাত অভিযোগনামা দাখিল অসম আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2018 12:34 pm
550250-apsc
215
VIEWS
Share on FacebookShare on Twitter

এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত ২৪জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে অন্তিম সময়সীমালৈ দুদিন থকা অৱস্থাত অভিযোগনামা দাখিল অসম আৰক্ষীৰ। অভিযোগনামা দাখিল আৰু দুদিন পলম হোৱা হ’লেই অভিযুক্তসকলে আইনী প্ৰক্ৰিয়াৰ নিয়ম অনুসৰি ডিফল্ট বেইল বা স্বতঃসিদ্ধ জামিন লাভ কৰাৰ সম্ভাৱনা আছিল। অৱশ্যে আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আংশিক বুলি জানিব পৰা গৈছে। এটা সূত্ৰই জনোৱা মতে আৰক্ষীয়ে গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বাবে আংশিক অভিযোগনামাহে দাখিল কৰিছে। আনহাতে মুঠ অভিযুক্ত ২৫ জনৰ ভিতৰৰ ৰাকেশ গুপ্তা নামৰ অভিযুক্তজন এতিয়াও পলাতক অৱস্থাত আছে। আৰক্ষীৰ সূত্ৰই কোৱা মতে, মৃগেন শইকীয়া আৰু মফিজুল ইচলাম নামৰ আন দুজন ব্যক্তিও পলাতক অৱস্থাত আছে।

আনহাতে ২৪ জন অভিযুক্তৰ একেবাৰে শেহতীয়াকৈ আদালতত আত্মসমৰ্পণ কৰা নিশামণি ডেকাৰ আবেদন কালি আদালতে নাকচ কৰে। অভিযুক্ত নিশামণি ডেকাৰ অধিবক্তাই তেওঁৰ কেঁচুৱাটোৰ চিকিৎসাৰ প্ৰয়োজনক এক কাৰণ হিচাপে উত্থাপন কৰিছিল যদিও আদালতে সেই যুক্তি অগ্ৰাহ্য কৰে। তাৰ পৰিৱৰ্তে শিশুৰোগ বিশেষজ্ঞৰ দ্বাৰা কাৰাগাৰৰ ভিতৰতে কেঁচুৱাটিক চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিবলৈ কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। প্ৰতিদিনে শিশুটিক চিকিৎসকৰ দ্বাৰা নিৰীক্ষণ কৰাবলৈও আদালতে নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে ৰাজ্য কঁপোৱা কেলেংকাৰিটোত ধন দি চাকৰি লোৱাৰ অভিযোগত ২৫ জনকৈ ৰাজপত্ৰিত বিষয়াক অভিযুক্ত কৰা হৈছে। ইয়াৰে ২৪ জনে বৰ্তমান কাৰাগাৰত জীৱন কটাই আছে। মূল অভিযুক্ত তথা এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালো কাৰাগাৰত আছে।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd