• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক আওকাণ কৰি অনুষ্ঠিত কৰিলে ঐতিহাসিক আঁহতগুৰিৰ ম’হযুঁজ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 5:54 pm
আঁহতগুৰিৰ ম’হযুঁজ।
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পহিলা মাঘৰ দিনা অনুষ্ঠিত হ’ল ঐতিহাসিক আঁহতগুৰি ম’হযুঁজ। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক আওকাণ কৰি অসমীয়া জাতীয় পৰাম্পৰাৰ নিজস্ব স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত একাংশ ম’হ গোৱাল আৰু স্থানীয় ৰাইজৰ উদ্বোগত অনুষ্ঠিত কৰিলে এই ম’হযুঁজৰ। অতীজৰ পৰা প্ৰচলিত এই পৰম্পৰা ৰক্ষা কৰাত কোনো কৃপণালি নকৰি ৰহাৰ সমীপৱৰ্তী আঁহতগুৰিৰ ৰসৰাজ লক্ষীনাথ বেজবৰুৱা ক্ষেত্ৰত ঐতিহাসিক ম’হ যুঁজ অনুষ্ঠিত কৰিলে গোৱালসকলে৷

চলিত বর্ষত ৪৬সংখ্যক বর্ষত উপনীত হোৱা আঁহতগুৰি ম’হ যুঁজে এক সোণোৱালী ইতিহাস বহন কৰিলে যদিও দুবছৰ পূৰ্বে উচচতম ন্যায়ালয়ৰ এক নির্দেশত ম’হ যুঁজ অনুষ্ঠিত কৰাত বাধা আহি পৰিছিল। ইয়াৰ বিপৰীতে আজি স্থানীয় গোৱালসকল সন্মিলিত হৈ অনানুষ্ঠানিকভাৱে আয়োজন কৰিলে এই ঐতিহাসিক ম’হযুঁজ৷ যুঁজত নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩০ হালৰো অধিক গোনা ম’হে অংশ লয়৷ গোনা ম’হৰ শিঙৰ খটখটনি আৰু দুই ম’হৰ তীব্র যুঁজত কঁপি উঠিল ঐতিহাসিক আঁহতগুৰিৰ ম’হ যুঁজ। অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ লগত সংগতি ৰাখি অতীজৰে পৰা পালন কৰি অহা জাতীয় পৰম্পৰাগত খেলক হেজাৰ প্রাচীৰেও বাধা দিব নোৱাৰিলে কার্যতঃ সেয়াই প্ৰমান কৰি দেখুৱালে আঁহতগুৰিবাসীয়ে।

Apply Now

লক্ষণীয় যে ম’হ যুঁজত অংশগ্ৰহণ কৰা ম’হ গোৱালৰ একাংশই আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে, ‘ম’হ যুঁজ প্ৰতিযোগিতা হৈছে আমাৰ পৰম্পৰা। এই পৰাম্পৰা যোৱা কেইবা দশকযুৰি পালন কৰি আহিছো আৰু বৰ্তমান ম’হ যুঁজ ভোগালী বিহু উদযাপনৰ এক অবিচ্ছেদ্দ অংগ’।

অতি তাৎপৰ্যপূৰ্ণ কথা যে দুবছৰ পূৰ্বে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে উচ্চতম ন্যায়ালয়ে দেশত প্ৰচলিত পৰম্পৰামূলক যিকোনো জন্তু যুঁজৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। এই নিষেধাজ্ঞাৰ ফলতেই অসমত প্ৰচলিত পৰম্পৰা বুলবুলি যুঁজ, ম’হ যুঁজ, কুকুৰা যুঁজৰ দৰে খেল প্ৰায় বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে। লক্ষণীয় যে দেশত প্ৰচলিত পৰাম্পৰা খেলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ বিপৰীতে বিভিন্ন সময়ত অসমৰ লগতে ভাৰতবৰ্ষত ধৰ্মৰ নামত বলি বিধানৰ জৰিয়তে বিভিন্ন জন্তু হত্যা কৰা কাৰ্যক  এতিয়ালৈ উচ্চতম ন্যায়ালয়ে কিদৰে বৈধতা প্ৰদান কৰিছে সেয়া এক ডাঙৰ উদ্বেগৰ বিষয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd