• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঐতিহাসিক : কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰীৰ সৈতে একেলগে বহিল এন ডি এফ বিৰ দুই গোট

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2018 10:37 pm
ndfb-570x320

কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰীৰ সৈতে এন ডি এফ বিৰ দুয়োটা গোটক একেলগে বৈঠকত বহা দেখা গৈছে।

262
VIEWS
Share on FacebookShare on Twitter

আজি এটা ঐতিহাসিক ঘটনাত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে বড়ো বিদ্ৰোহী সংগঠন আৰু ভাৰত চৰকাৰৰ মাজত চলি থকা পৃথক বড়োলেণ্ডৰ আলোচনা প্ৰক্ৰিয়াত এন ডি এফ বি (প্ৰ) আৰু এন ডি এফ বি (ৰ) এই দুয়োটা গোটে একেলগে বৈঠকত বহে। কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী এ বি মাথুৰৰ সৈতে এই দুয়োটা গোটে একেলগে বহাটোক বিপুলভাৱে আদৰণি জনাইছে সমগ্ৰ বড়ো ৰাইজে। এন ডি এফ বি (প্ৰ)ৰ হৈ বৈঠকত উপস্থিত থাকে সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী আৰু এন ডি এফ বি (ৰ)ৰ সভাপতি ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নাবলা।

আলোচনাৰ অন্তত এন ডি এফ বিৰ দুয়োটা গোটে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিধিনিজনক দাবী চনদ প্ৰদান কৰে।

এই দাবী চনদত পৃথক বড়ো ৰাজ্য গঠনেই দুয়োটা গোটৰ মূল দাবী বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে সুদীৰ্ঘ তিনি বছৰৰ মূৰত এই আলোচনা প্ৰক্ৰিয়াটোৰ বৈঠক অনুষ্ঠিত হৈছে। আটাইকেইটা পক্ষই বৈঠকখন ইতিবাচক আৰু ফলদায়ী বুলি জানিবলৈ দিয়ে।

“সুদীৰ্ঘ তিনি বছৰৰ বিৰতিত আমি মধ্যস্থতাকাৰীৰ সৈতে পুনৰ বহিলো। আমি আমাৰ দাবীবোৰ উত্থাপন কৰিবলৈ পাই সুখী আৰু চৰকাৰেও আমাৰ দাবীবোৰ মনোযোগেৰে শুনিলে।… তেওঁলোকে কয় যে তেওঁলোকে বিষয়বোৰ বিবেচনা কৰি চাব।” নৰ্থ-ইষ্ট নাওৰ আগত এইদৰে এন ডি এফ বি (প্ৰ)ৰ সাধাৰণ সম্পাদক জি বসুমতাৰীয়ে।

মন কৰিব লগীয়া যে মধ্যস্থতাকাৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে এ বি মাথুৰে নিজেই এই বৈঠকখনৰ আয়োজন কৰিছিল।

আনহাতে প্ৰথমবাৰৰ বাবে মধ্যস্থতাকাৰী এবি মাথুৰৰ সৈতে হোৱা এই বহু প্ৰতীক্ষিত আলোচনাক আদৰণি জনাই তথা আলোচনা ফলপ্ৰসূ হোৱাৰ কামনাৰে কালি সন্ধিয়া কোকৰাঝাৰ চহৰত হাতে হাতে জোঁৰ লৈ সমদল উলিয়াইছিল বড়ো ৰাইজে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd