• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঐতিহাসিক ৰংঘৰ বাকৰিত পুৰাতত্ব বিভাগৰ স্বচ্ছতাৰ কাৰ্যসূচী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 17, 2018 11:03 pm

1 min read

ঐতিহাসিক ৰংঘৰ বাকৰিত পুৰাতত্ব বিভাগৰ স্বচ্ছতাৰ কাৰ্যসূচী
195
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ বিশেষ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি ঐতিহাসিক ৰংঘৰ বাকৰিত এক স্বচ্ছতাৰ কাৰ্যসূচী হাতত লোৱা হয়।

জানিব পৰা মতে, পুৰাতত্ব বিভাগৰ কনিষ্ঠ সংৰক্ষক সহায়ক অমৰজিত্‍ কুমাৰে নেতৃত্ব দিয়া এই কাৰ্যসূচীত স্থানীয় ৰাইজ, ৰংপুৰ ছোৱালী হাইস্কুলৰ ৩০ গৰাকী ছাত্ৰীৰ লগতে তিনি গৰাকী শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।

উদ্যোক্তাসকলে জনোৱা মতে স্বচ্ছতাৰ এই অভিযান অহা ৩০ এপ্ৰিললৈ একেৰাহে চলি থাকিব।

আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে ৰংঘৰৰ বাকৰিত আবৰ্জনাৰে ভৰি থকা ঠাইসমূহ সমূহীয়াভাৱে পৰিষ্কাৰ কৰি এই ঐতিহাসিক স্থানক সদায় নিকা আৰু সৰ্বাংগসুন্দৰ কৰি ৰখাত গুৰুত্ব দিয়া হৈছে বুলি উদ্যোক্তাসকলে মত প্ৰকাশ কৰে।

আনহাতে আজিৰ এই স্বচ্ছতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰংপুৰ ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী ক্ৰমে অৰুণা মুদৈ দাস,ইন্দিৰা বৰগোঁহাই আৰু সমীক্ষা বৰুৱাক উদ্যোক্তাসকলৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd