DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঐতিহ্যমণ্ডিত জামুগুৰি গৰখীয়া থানত চুৰিকাণ্ড : নগদ ধনসহ আপুৰুগীয়া সম্পদ চুৰি

মিন্টূ দাস by মিন্টূ দাস
June 10, 2018 11:45 am
নগাঁৱৰ জামুগুৰি বৰ নামঘৰ
122
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাত শেহতীয়াকৈ চোৰৰ টাৰ্গেট হৈ পৰিছে নামঘৰ-মন্দিৰকে ধৰি বিভিন্ন ধৰ্মীয় উপাসনা গৃহসমূহ। শুকুৰবাৰে নিশা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰি সাৰ্বজনীন গৰখীয়া থানতো চোৰে চলালে লুটপাত।

প্ৰায় ৩৫০ বছৰ পুৰণি থানখনত নিশা চোৰে প্ৰৱেশ কৰি মণিকুটৰ দুৱাৰ ভাঙি দুখন শৰাই, দুযোৰ বৰতালৰ লগতে বহু আপুৰুগীয়া সম্পদ লৈ উধাও হয়।

আনকি চোৰে থানখনত থকা এটি দানপাত্ৰ ভাঙি কেবাসহস্ৰাধিক টকাৰ লগতে দুখনকৈ পাংখা চুৰি কৰি নিয়ে। পুৱা থানখনৰ বিষয়ববীয়া আহি উপস্থিত হোৱাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত জাজৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা ১ জুনত নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত হাতীচোং মৌজাৰ চকলাঘাটৰ সমীপৰ সোণাই নৈৰ পাৰত অৱস্থিত ঐতিহাসিক সোণাই পাৰ গৌৰিনাথ মন্দিৰত কোনো দুৰ্বৃত্তই নৱনিৰ্মিত মূল মন্দিৰৰ দুৱাৰ ভাঙি ভিতৰত থকা দান পাত্ৰ দুটা ভাঙি অনুমানিক দহ সহস্ৰাধিক নগদ ধন লুট কৰি লা গৈছিল।

নগাঁৱত এনেদৰে আগতেও চোৰে নামঘৰ-মন্দিৰৰ পৰা ধন-সোণ লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে যদিও এনে চোৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই।

Recent News

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd