• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওডালগুৰিৰ ৰৌতাৰ বৰোবজাৰত ঢেকীয়াপতীয়াৰ সন্ত্ৰাস

NE NOW NEWS চাজিদ খান
টংলা , December 14, 2017 12:12 pm

2 min read

ওডালগুৰিৰ ৰৌতাৰ বৰোবজাৰত ঢেকীয়াপতীয়াৰ সন্ত্ৰাস

কেমেৰাত বন্দী ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰা এটা ঢেকীয়াপতীয়া

99
VIEWS
Share on FacebookShare on Twitter

এটা সম্পূৰ্ণ প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘে ওডালগুৰিৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত বৰোবজাৰ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন এই অঞ্চলটোত মাজে সময়ে বাঘৰ আক্ৰমণত মানুহৰ লগতে পশুধনৰ মৃত্যু হৈ আহিছে। অঞ্চলটোৰ এগৰাকী বন্যপ্ৰাণী সংৰক্ষণবিদে এন ই নাওৰ আগত কয় যে যোৱা ১১ নৱেম্বৰৰ পৰাই বৰোবজাৰ অঞ্চলটোত বাঘটোৱে গৰু,ছাগলী, গাহৰি আদি হত্যা কৰি আহিছে।

বাঘটোক আবদ্ধ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যাবলৈ কৰা বন বিভাগৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে। ‘’এতিয়ালৈকে ৫টা গৰু,৬টা গাহৰি আৰু ২টা ছাগলী বাঘটোৱে হত্যা কৰিছে। দুই এদিনতে বাঘটোক আবদ্ধ কৰি মানাহলৈ লৈ যোৱা হ’ব,’’-বন বিভাগৰ এগৰাকী বিষয়াই এইদৰে কয়।

বন বিষয়াগৰাকীয়ে আঙুলিয়াই দিয়ে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ সংখ্যা বৃদ্ধি পোৱাটোৱে সম্ভৱত: পৰ্যাপ্ত বনাঞ্চলৰ অভাৱত বাঘটো মানুহৰ বসতি অঞ্চললৈ ওলাই অহাৰ কাৰণ।

ইয়াৰ মাজতে ওডালগুৰি জিলাৰ বন বিভাগে শংকিত গাওঁবাসীৰ বাবে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ঢেকীয়াপতীয়াটোক আবদ্ধ কৰিবলৈ অঞ্চলটোৰ বিভিন্ন স্থানত কেইবাটাও পিঞ্জৰা সাজু কৰি ৰখা হৈছে।

দেশৰ ভিতৰতে অধিক বাঘৰ আৱাসস্থলী হিচাপে পৰিচিত সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত অন্যতম হিচাপে ওৰাঙ ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলে ৰাষ্ট্ৰীয় শিৰোণাম দখল কৰিবলৈ সক্ষম হৈছে। ওৰাঙৰ মাত্ৰ ৭৮.২৮ বৰ্গ কিলোমিটাৰৰ অঞ্চলটো ২৮ টাকৈ বাঘৰ আৱাসস্থলী। এই ক্ষুদ্ৰ সংৰক্ষিত বনাঞ্চলখনত বাঘৰ সংখ্যাৰ ঘনত্ব দেশৰ ভিতৰতে সৰ্বাধিক। ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ দ্বাৰা ২০১৭ ৰ জানুৱাৰী-মাৰ্চৰ ভিতৰত চলোৱা সৰ্ব ভাৰতীয় বাঘ সমীক্ষা কাৰ্যসূচীৰ চতুৰ্থ পৰ্যায়ৰ পিয়লত এই তথ্য প্ৰকাশ পাইছে।

Recent News

কেৰেলা : বাওঁগণতান্ত্ৰিক চৰকাৰে উঠাই ল’ব সাৱৰীমালা আৰু কা-বিৰোধী আন্দোলনৰ সকলো গোচৰ

কেৰেলা : বাওঁগণতান্ত্ৰিক চৰকাৰে উঠাই ল’ব সাৱৰীমালা আৰু কা-বিৰোধী আন্দোলনৰ সকলো গোচৰ

Dibrugarh-University-570x320

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম : উচ্চ স্তৰীয় তদন্ত কমিটি গঠন ৰাজ্যপাল জগদীশ মুখীৰ

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

624827-army-afp-050517-750x375

নিৰ্বাচনৰ পূৰ্বে AFSPAৰ অধীনত অসমক পুনৰ ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd