• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিত আৰক্ষীৰ জালত ৫ জনীয়া দুৰ্ধৰ্ষ চোৰৰ দল

NE NOW NEWS ছাজিদ খান
ওদালগুৰি , July 7, 2018 10:24 pm

1 min read

thieves-pic-570x320
68
VIEWS
Share on FacebookShare on Twitter

এক গোপন সূত্ৰৰ পম খেদি ওদালগুৰি জিলাৰ টংলা আৰক্ষীৰ এটা দলে শুক্ৰবাৰে টংলা আৰক্ষী থানাৰ অন্তৰ্গত টংলা সাপ্তাহিক বজাৰৰ পৰা এটা ৫ জনীয়া দুৰ্ধৰ্ষ চোৰৰ দল আটক কৰে।

ধৃত চোৰকেইজনক হৰিছিঙা আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাৰ ৰাজেন্দ্ৰ ৰাজবংশী (১৯), অজয় পূজাৰী (১৯), শিৱ পৰিগা (২১) আৰু অশোক তাঁতি (২৪) তথা পানেৰি আৰক্ষী থানাৰ তেলিয়াপাৰাৰ বাসিন্দা বিনোদ নায়ক (২৫) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে ধৃত চোৰৰ দলটোৱে টংলা সাপ্তাহিক বজাৰত সংঘটিত কেইবাটাও চুৰি কাৰ্যৰ সৈতে জড়িত। মিণ্টু দাস নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এক গোচৰৰ ভিত্তিত টংলা আৰক্ষীয়ে কালি চোৰৰ দলটোক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই জনোৱা মতে ভাৰতীয় দণ্ড বিধিৰ ৩৯২ ধাৰাৰ অধীনত ১০৮/১৮ নং এক গোচৰ ৰুজু কৰি টংলা আৰক্ষীয়ে আটক কৰা চোৰৰ দলটোক আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।

চুৰি কাৰ্যৰে ইমানদিনে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি অহা চোৰৰ দলটোক আটক কৰাত স্থানীয় লোকসকলে আৰক্ষী প্ৰসাশনক প্ৰশংসা কৰে।

 

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd