• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰিত তিনিজন এনডিএফবি (সং) সদস্য আটক

চাজিদ খান by চাজিদ খান
January 4, 2018 9:41 pm
ওদালগুৰিত আৰক্ষী-সেনাৰ যৌথ অভিযানত আটক হোৱা এনডিএফবি (সং) সদস্য আৰু তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰসমূহ

ওদালগুৰিত আৰক্ষী-সেনাৰ যৌথ অভিযানত আটক হোৱা এনডিএফবি (সং) সদস্য আৰু তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰসমূহ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ৰাতিপুৱা ওদালগুৰি আৰক্ষী থানাৰ অধীনৰ ভৈৰৱকুণ্ড আৰু হৰিশিঙা আৰক্ষী থানাৰ অধীনৰ আমবাগানৰ পৰা আৰক্ষী আৰু সেনাৰ যৌথ অভিযানকাৰী দলে তিনিজন এনডিএফবি সংবিজিত গোটৰ সদস্য আৰু এগৰাকী মধ্যস্থতাকাৰীক আটক কৰে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্য ভিত্তিত ওদালগুৰি আৰক্ষী, আৰ্মিৰ ১৪ নং ডোগ্ৰা ৰেজিমেন্ট আৰু কোব্ৰা ২১০ বেটেলিয়ন শিৱিৰৰ যৌথ অভিযানত এনডিএফবি সংবিজিত গোটৰ তিনিজন সদস্য ক্ৰমে গোমছৰ দৈমাৰী ওৰফে গোবৰাহ, বুহাইছট বসুমতাৰী ওৰফে বাৰহুংখা আৰু আশীষ দৈমাৰী ওৰফে আখাই।

Apply Now

অভিযানকাৰী দলটোৱে অঞ্জলু কছাৰী ব্ৰহ্ম নামৰ এগৰাকী মধ্যস্থতাকাৰীকো আটক কৰে। তেওঁলোকে এটা গুলিভৰ্তি  ৯ এম এম পিষ্টল আৰু ৩জাই জীৱন্ত গুলি, এটা ৭.৬৫ এম এম গুলিভৰ্তি পিষ্টল আৰু ৫ জাই জীৱন্ত গুলি, দুটা গ্ৰেনেড আৰু এখন মাৰুতি জেন এষ্টিল’ গাড়ী উগ্ৰপন্থী কেইজনৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd