• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰি জিলাত বৃদ্ধি পোৱা লুট পাতৰ ঘটনাত শংকিত ৰাইজ

চাজিদ খান by চাজিদ খান
April 4, 2018 5:05 pm
Burglary-1080x675-570x320

প্ৰতিনিধিত্বমূলক ফটো

293
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে ৰাতিপুৱা প্ৰায় ১১ বজাত ওদালগুৰিৰ টংলা ষ্টেট বেংক অফ ইণ্ডিয়া শাখাৰ সন্মুখৰ পৰা খগেন বড়ো নামৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কৰ এখন বেগত থকা সাত লাখ টকা দিনৰ পোহৰতে দুৰ্বৃত্তই লুট কৰি নিয়ে।

এই ঘটনাৰ বলি বড়োৱে ধনখিনি বেংকটোৰ পৰা উলিয়াই আনিছিল। তেনে সময়তে এজন যুৱকে তেওঁক তেওঁৰ গাড়ীখনৰ চকাৰ কাষত কিবা এটা লাগি থকা বুলি জনায়।

পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই ধন ৰখা বেগটো লৈ উধাও হয়।

এইক্ষেত্ৰত ভুক্তভোগীয়ে টংলা আৰক্ষী থানাত এখন এজাহাৰ দিয়াৰ পিছতে আৰক্ষীয়ে দুৰ্বৃত্তক ধৰিবলৈ ব্যাপক অভিযান চলাইছে।

স্থানীয় লোকে অভিযোগ কৰে যে ওদালগুৰি জিলাত সক্ৰিয় এটা দুৰ্বৃত্তৰ দলে বিগত সময়তো কেইবাজনৰো পৰা পৰা ধন লুট কৰি নিয়াৰ ঘটনা সংঘটিত কৰিছে।

এই দলটোৱে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ সৈতে সম্পৰ্ক ৰাখি ৰাজ্যখনত সংগঠিত ৰূপত এনে কাৰ্য চলাই থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

তেওঁলোকে চুবুৰীয়া ৰাজ্যলৈ পলাই যায় আৰু তাত থকাৰ বাবে তেওঁলোকক ধৰা পেলোৱাটো প্ৰায় অসম্ভৱ হৈ পৰে।

যোৱা ২১ মাৰ্চত ওদালগুৰিত দুটা চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছিল য’ত দুৰ্বৃত্তই ওদালগুৰিৰ হৰিশিঙা অঞ্চলৰ এল আই চি ছেটেলাইট কাৰ্যালয়ৰ পৰা এগৰাকী ব্যক্তিৰ পৰা ৩৬,০০০ টকাৰে সৈতে এটা বেগ লৈ পলাই যাবলৈ সক্ষম হয়।

আন এক ঘটনাত সেইদিনাখনেই চন্দ্ৰ কান্ত কুমাৰ নামৰ ব্যক্তি এগৰাকীৰ পৰা দিনৰ পোহৰতে ডকাইতি কৰি লৈ যায়।

বাতৰি অনুসৰি কুমাৰে বেংকৰ পৰা দৰমহাৰ ধন ২৫,০০০ টকা উলিয়াই আহি থাকোতে ওদালগুৰি বজাৰৰ সমীপত ঘটনাটো সংঘটিত হৈছিল।

অঞ্চলটোত এনেদৰে সঘনাই সংঘটিত হৈ থকা লুট পাতৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd