• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঔফলিয়া গাঁৱক আদৰ্শ পৰিষ্কাৰ গাঁও হিচাপে গঢ়ি তোলাৰ আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্তৰ

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , March 21, 2018 8:21 pm

1 min read

Dibrugarh DC visits Oupholia village
92
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লায়া মাদুৰিয়ে আজি জিলাখনৰ ঔফলিয়া গাঁও ভ্ৰমন কৰে। গাঁওখন ভ্ৰমণ কৰি উপায়ুক্ত গৰাকীয়ে গাঁওখনক এখন আদৰ্শ পৰিষ্কাৰ গাঁও হিচাপে গঢ়ি তুলিবলৈ গাঁওবাসীক আহ্বান জনায়।

উল্লেখযোগ্য যে ২০১৬ চনৰ ১৮ নবেম্বৰত ঔফলিয়া গাঁৱক মুকলিত মলত্যাগ নকৰা গাঁও হিচাপে ঘোষণা কৰা হৈছিল।

এক অনুষ্ঠানত অংশগ্ৰহণ কৰি লায়া মাদুৰিয়ে পৰিষ্কাৰ পৰিছন্নতাৰ ওপৰত বক্তৃতা দি গাঁওখনৰ লোকসকলক নিজ গাঁওখনক পৰিষ্কাৰ কৰি ৰখাৰ লগতে এখন আদৰ্শ পৰিষ্কাৰ গাঁৱলৈ উন্নিত কৰিবলৈ আহ্বান জনায়।

ইয়াৰ পিছত উপায়ুক্ত গৰাকীয়ে গাঁওখনত গছপুলি ৰূপন কৰাৰ লগতে সকলোকে অধিককৈ গছপুলি ৰূপন কৰি গাঁওখনক এখন সেউজীয়া গাঁৱলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়।

ইয়াৰোপৰি তেওঁ সকলোকে স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰগণ কৰি নিজৰ গাঁওখনক পৰিষ্কাৰ কৰি তুলিবলৈ আহ্বান জনায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd