• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কঁহুৱাৰ কোমল শুভ্ৰতাই কঢ়িয়াই আনে পবিত্ৰতা আৰু শৰতৰ বতৰা

মনিমালা বৰা by মনিমালা বৰা
October 7, 2018 8:36 pm
WhatsApp Image 2018-10-07 at 7.59.31 PM

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

শৰতৰ বাবেই যেন শেৱালি আৰু শেৱালিৰ বাবেই যেন শৰৎ। বসন্তৰ আগমনে যেনেদৰে গছে-বনে ন কুঁহিপাত মেলে, ফুলৰ সৌন্দৰ্য, কুলি-কেতেকীৰ বিননিয়ে গা মন চঞ্চল কৰি তোলে ঠিক তেনেদৰে আহিনৰ আগমনে শেৱালি, কঁহুৱাৰ কোমল শুভ্ৰতাই কঢ়িয়াই আনে পবিত্ৰতা আৰু  শৰতৰ বতৰা।

এই শৰততে মনি-মুকুতা সদৃশ নিয়ৰে ধৰা দিয়ে দুৱৰিডৰাত। খাল-বিলত প্ৰাণখুলি হাঁহিব ধৰে ভেট-পদুমে।

শেৱালী, কঁহুৱা ফুলিলেই শৰৎ আহে, শৰৎ আহিলেই দূৰ্গাপূজা। তলসৰা শেৱালীৰ আমোলমোল সুবাসে সকলোৰে গা-মন জুৰ পেলায়।

শৰতৰ স্পৰ্শতে নৈখনেও ৰূপ সলাই, নৈপৰীয়া কঁহুৱাই নাচি নাচি শৰতক পূৰ্ণদ্যমে আদৰে, হালি-জালি দূৰ্গতিনাশিনী বন্দনাৰ গীত জুৰে।

শৰতৰ আকাশে কলীয়া ডাৱৰ আঁতৰাই শুকুলা ডাৱৰৰ নিচান উৰুৱায়। এছাতি মৃদু মলয়াই প্ৰকৃতিৰ বুকুত নতুন ৰূপৰ সুচনা কৰে আৰু ধৰণীৰ ৰূপ হয় শান্ত আৰু শুভ্ৰ।

Recent News

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd