• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কঁহৰা মডেল চিকিৎসালয় শীঘ্ৰে মুকলি কৰাৰ দাবীত কাজিৰঙাত আটছাৰ অৱস্থান ধৰ্মঘট

উত্তম শইকীয়া by উত্তম শইকীয়া
March 20, 2018 11:25 pm
Tea Triba Students Association protest at Bokakhat
160
VIEWS
Share on FacebookShare on Twitter

নৱ নিৰ্মিত কঁহৰা আদৰ্শ চিকিৎসালয়খন অতি শীঘ্ৰে মুকলি কৰাৰ দাবীৰ লগতে ১৯৩২ চনৰ আইন অমান্য আন্দোলনৰ শ্বহীদ বিজু বৈষ্ণৱৰ নামত চিকিৎসালয়খন নামাকৰণ কৰাৰ দাবীত আজি চাহ জনজাতি ছাত্ৰ সন্থাই চিকিৎসালয়খনৰ প্ৰৱেশ পথত অৱস্থান ধৰ্মঘট কাৰ্যসুচী পালন কৰে।

আটছাৰ বোকাখাত শাখাৰ উদ্যোগত শতাধিক কৰ্মী তথা স্থানীয় ৰাইজে আজিৰ এই ধৰ্মঘটত অংশ গ্ৰহন কৰে।

উল্লেখযোগ্য যে বৃহত্তৰ কাজিৰঙাৰ স্থানীয় জনসাধাৰণৰ উপৰিও কাজিৰঙাৰ বনকৰ্মী আৰু দেশী বিদেশী পৰ্যটকৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় পথত সততে সংঘটিত পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ প্ৰৱল দাবীত ২০১১ চনতে তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কহঁৰা আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিছিল।

বিগত সাত বছৰৰ পাছত ৮ মাহ পূৰ্বে এই চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হয় যদিও নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো ৰহস্যজনক ভাৱে চিকিৎসালয়খন মুকলি নকৰাত আজি চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

ইয়াৰোপৰি ১৯৩২ চনৰ আইন অমান্য আন্দোলনৰ শ্বহীদ বোকাখাত অঞ্চলৰ বিজু বৈঞ্চৱ ওৰফে বেজা বাউৰী প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ নামত চিকিৎসালয়খন নামাকৰণ কৰিবলৈ দাবী জনাই ছাত্ৰ সংগঠনটোৱে অসমৰ স্বাস্থ্য মন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd