• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কনকলাল বৰুৱা প্ৰেক্ষাগৃহত ‘গুৱাহাটী ডায়েৰীজ ২০১৭’ৰ এক ব্যতিক্ৰমী অনুষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2017 9:27 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিজ্ঞতাৰ পৰা আহৰণ কৰা জ্ঞানৰ আদান-প্ৰদানেৰে আমি শক্তিশালী হ’ব পাৰোঁ ৷ সেইবাবেই আমি কথা পতাটো নিতান্তই জৰুৰী ৷ এই উদ্দেশ্য আগত ৰাখিয়েই সন্ধান ডট্ কম ই-আলোচনীৰ উদ্যোগত আৰু আকিঞ্চন ফাউণ্ডেচনৰ সহযোগত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত যোৱা ১৬ ডিচেম্বৰত ‘গুৱাহাটী ডায়েৰীজ ২০১৭’ ৰ এটি ব্যতিক্ৰমী অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । উক্ত সভাত বিশিষ্ট অতিথিৰ আসনত উপবিষ্ট হয় বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই, সাংস্কৃতিক কৰ্মী হিমাংশু প্ৰসাদ দাস আৰু কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী । উক্ত অনুষ্ঠানটোত তিনিখন বেলেগ বেলেগ ক্ষেত্ৰৰ ব্যক্তিৰ সৈতে কিছু গুৰুত্বপূৰ্ণ বিষয়ত বাৰ্তালাপ কৰা হয় । হিমাংশু প্ৰসাদ দাসে তেওঁৰ অভিমত দাঙি ধৰি কয় যে, “গ্লেমাৰৰ  পাছে পাছে  দৌৰি  নহয়  কোনো এটা কাম  ভালপাই  কৰাটোহে প্ৰকৃত  কৰ্ম।” । ড° বুলজিৎ বুঢ়াগোহাঁয়ে কেৰিয়াৰ সম্পৰ্কে কয় যে পৰম্পৰাগত কেৰিয়াৰ এটা বাচি নলৈ ছাত্ৰ-ছাত্ৰীসকলে বাচি ল’ব পৰা বহুতো পেছা আছে । কাৰ্টুন এটাই যে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজলৈ গৈ গুৰুত্বপূৰ্ণ বাৰ্তা বিলাব পাৰে সেই সম্পৰ্কে নিতুপৰ্ণ ৰাজবংশীয়ে ৰসাল মন্তব্যৰে অনুভৱ ব্যক্ত কৰে । এই অনুষ্ঠানতে আকিঞ্চন ফাউণ্ডেশ্যনৰ  আন  এটা প্ৰকল্প  শ্যামলম  বৃক্ষৰোপণ  কাৰ্যসূচীৰ  পত্ৰিকা আৰু গুৱাহাটী ডায়েৰীজৰ মুখপত্ৰ  উন্মোচন কৰাৰ  উপৰি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা আলোকচিত্ৰ প্ৰতিযোগিতা, অনলাইন কুইজ প্ৰতিযোগিতা আৰু স্বৰচিত কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ প্ৰদান কৰা হয় । অনুষ্ঠানটোত এখন স্মৰণিকাও উন্মোচন কৰা হয় । আয়োজকৰ হৈ নয়নজ্যোতি কলিতা আৰু ৰাজশ্ৰী বৰগোহাঁইয়ে ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান পতাৰ প্ৰতিশ্ৰুতি দিয়ে । ভিন্ন ক্ষেত্ৰৰ অভিজ্ঞজনৰ জীৱনৰ অভিজ্ঞতাৰে যাতে আন এজনে কিবা এটা শিকিব পাৰে সেই আশা লৈয়ে এই অনুষ্ঠানৰ আৰম্ভ কৰা হৈছে বুলি উদ্যোক্তাসকলে জনাইছে । নতুন প্ৰজন্মৰ মাজত বিজ্ঞান প্ৰযুক্তি পৰিৱেশ সামাজিক দায়বদ্ধতা সাংস্কৃতিক উত্তৰণৰ বতাহ সফল ভাৱে বোৱাই নিবৰ বাবে বিভিন্ন পৃষ্ঠা গুৱাহাটী ডায়েৰীত অন্তৰ্ভুক্ত কৰা হৈছে ৷ উল্লেখযোগ্য যে ২০১২ চনৰ পৰাই প্ৰকাশ পাই অহা এই সন্ধান ই-আলোচনীখনে ‘Manthan South East Asia and Asia Pacific Award 2015’, ‘eNorth East Award 2016’, ‘North East Social Impact Award (NESI) 2015’, ‘eAssam 2015’ ইত্যাদি অনুষ্ঠানত বিভিন্ন সন্মানেৰে সন্মানিত হৈছে ।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd