• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কমতাপুৰ-জনজাতিকৰণৰ দাবীত ১৩ ফেব্ৰুৱাৰীত পুনৰ আন্দোলনত নামিব আক্ৰাছু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2018 12:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে বঙাইগাঁও চহৰৰ শ্বহীদ বেদীস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত সংগঠনটোৰ প্ৰথমখন কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়।সভাত  আক্ৰাছুৰ লগতে ভাতৃ- ভগ্নী সংগঠন ক্ৰমে চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তথা জিলা সমিতিসমূহৰ সভাপতি-সম্পাদক সকল উপস্থিত থাকে।

আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত কাৰ্যনিৰ্বাহক সভাত লোৱা সিদ্ধান্ত তথা পৰৱৰ্তী স্থিতি সমূহৰ বিষয়ে সংবাদমেল যোগে সদৰী কৰে।

Apply Now

পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে এক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।  সেইমতে  আক্ৰাছুৱে অহা ১৩ ফেব্ৰুৱাৰীত গণসমাৱেশ, ১৫ মাৰ্চত ৰে’লপথ অৱৰোধ, ৩০ মাৰ্চত ১২ ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু মাৰ্চ মাহৰ পাছত ১০০০ ঘণ্টীয়া অৰ্থনৈতিক চকা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত জনায়।

ইপিনে সংগঠনটোৱে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে ৰাজ্যত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰস্তাৱিত পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণৰ দাবী কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে চৰমভাৱে প্ৰতাৰণা কৰি আহিছে।

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ নকৰালৈকে আক্ৰাছু শান্ত নহয়।  অহা ৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত অধিৱেশনৰ প্ৰথম দিনটোতে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবী সন্দৰ্ভত সদনত আলোচনা কৰাৰ বাবে চৰকাৰক আক্ৰাছুৱে আহ্বান জনাইছে।

আনহাতে, চৰকাৰে শীঘ্ৰে  আক্ৰাছুৰ দাবী সমাধান নকৰিলে আগন্তুক পঞ্চায়ত আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত আক্ৰাছুৱে বিজেপি দলৰ চৰকাৰক শ’লঠেকত পেলাব বুলিও হুংকাৰ দিয়ে।

আনহাতে,আক্ৰাছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যোৱাৰ পাছত সংগঠনটোৰ কোনো উগ্ৰ সমৰ্থকে চোকা দা প্ৰদৰ্শন কৰাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

সংবাদমেলত  আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মন, উপদেষ্টা ক্ৰমে হিতেশ্বৰ বৰ্মন আৰু প্ৰদীপ ৰায়, মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ আদিকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

June 23, 2026 5:04 pm
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

June 23, 2026 4:49 pm
৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

June 23, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

June 23, 2026 5:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd