• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কমনৱেলথ গে’মছলৈ অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই : বুধবাৰে ৰাতিলৈকে খেলুৱৈগৰাকীক খবৰেই দিয়া নাই নিৰ্বাচকে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 1, 2018 1:24 pm

1 min read

boxer lovlina borgohain

বক্সাৰ লাভলিনা

161
VIEWS
Share on FacebookShare on Twitter

কমনৱেলথ গে’মছত ভাৰতক প্ৰতিনিধিত্ব কৰিবৰ বাবে বাচনি হৈছে অসমৰ গোলাঘাটৰ জীয়ৰী লাভলিনা বৰগোহাঁই। আনহাতে বাদ পৰিছে অসমৰে জনপ্ৰিয় বক্সাৰ শিৱ থাপা।

আশ্চৰ্য্যজনকভাৱে বৰ্তমান দিল্লীত থকা অসমৰ খেলুৱৈগৰাকীক বাচনি কৰা হৈছে বুলি বুধবাৰে ৰাতিলৈকে নিৰ্বাচক বক্সিং ফেডাৰচনে জনোৱাই নাই। বুধবাৰে ৰাতি প্ৰায় ১০.৫০ বজাত এন ই নাও-এ তেওঁক শুভেচ্ছা জনাবলৈ ফ’ন কৰোতেহে তেওঁ এই কথা গম পোৱা বুলি কয়।

এন ই নাও-ক অসমৰ তৰুণী বক্সাৰ গৰাকীয়ে ‘মই চিলেক্ট হৈছো নে নাই গম পোৱা নাই’ বুলি জনায়।

কমনৱেলথ গে’মছৰ দৰে গুৰুত্বপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতালৈ দেশক প্ৰতিনিধিত্ব কৰিবলৈ ওলোৱা খেলুৱৈ এগৰাকীয়ে তেওঁ বাচনি হোৱাৰ খবৰটোৱেই নোপোৱাটো দুৰ্ভাগ্যজনক। খেলৰ প্ৰতি ক্ৰীড়া সংগঠক আৰু খেল মন্ত্ৰী আদিৰ মনোভাৱ এই কথাই প্ৰতিপন্ন কৰিছে বুলি ক্ৰীড়াপ্ৰেমীয়ে মন্তব্য কৰিছে।

লাভলিনাই ইণ্ডিয়া অ’পেনত সোণ পদক পোৱাৰ ভিত্তিত তেওঁক বাচনি কৰা হৈছে।

Scroll.inএ পৰিৱেশন কৰা সংবাদ অনুসৰি লাভলিনাই ৬৯ কে’জি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে মণিপুৰৰ মেৰি কমে ৪৮ কে’জি আৰু সৰিতা দেৱীয়ে ৬০ কে’জি শাখাত খেলিব।

আনহাতে প্ৰথমবাৰৰ বাবে এইবাৰৰ বাচনি পৰম্পৰাগত ধৰণৰ নাছিল আৰু বাচনিৰ ভিত্তিসমূহ সম্পৰ্কে খেলুৱৈসকলক জানুৱাৰি মাহতহে অৱগত কৰা বুলি বাতৰি ওলাইছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd