• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কম্ব’ডিয়া আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ভূটানৰ ১০খন চলচ্চিত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 12:23 pm
b-2-570x320.jpg
516
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা আৰম্ভ হোৱা সন্মানীয় কম্ব’ডিয়া আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভূটানৰ ১০ খন চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব।

উল্লেখ্য যে কম্ব’ডিয়াৰ ফেনম পেনহত অহা ১৫ মাৰ্চলৈ চলিবলগীয়া এই আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখনত আঠগৰাকীকৈ ভূটানী পৰিচালকে পৰিচালনা কৰা ১০ খন ভিন্ন ৰুচিৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।

ভূটান ফিল্ম ট্ৰাষ্টে এক প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব লগা চুটি ছবি, তথ্যচিত্ৰৰ মাধ্যমেৰে ভূটানৰ সমস্যাসমূহ উপস্থাপন কৰিব পৰিচালকসকলে।

উল্লেখ্য যে এই আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখনত ভূটানৰ ‘এ ফৰগটেন ষ্ট’ৰী’, ‘গাৰ্ল উইথ এ ৰেড স্কাই’, ‘দ্য ৰেড দ’ৰ’ৰ লগতে আৰু কেইবাখনো চুটি ছবি আৰু তথ্যচিত্ৰ প্ৰদৰ্শিত হ’ব।

চলিত এই কম্ব’ডিয়া আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভূটানৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব প্ৰথিতযশা অভিনেতা-পৰিচালক লুডেই চৌফেলেই।

উল্লেখ্য যে ‘পেন’ৰমা অন ভূটান চিনেমা’ শীৰ্ষক শিতানত এই চলচ্চিত্ৰ মহোৎসৱত ভূটানৰ চলচ্চিত্ৰ সমূহ প্ৰদৰ্শিত হ’ব বুলি বিবৃতিটো যোগে প্ৰকাশ কৰিছে ভূটান ফিল্ম ট্ৰাষ্টে।

ইয়াৰ জৰিয়তে ভূটানৰ চলচ্চিত্ৰই আন্ত:ৰাষ্ট্ৰীয় সমাদৰ তথা স্বীকৃতি লাভৰ উপৰি দেশখনৰ সমস্যা সমূহো সমগ্ৰ বিশ্ববাসীয়ে জনাৰ সুযোগ পাব। তদুপৰি ইয়াৰ মাধ্যমৰে দেশখনৰ প্ৰতিভাসমূহে এখন নতুন মঞ্চ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ভূটান ফিল্ম ট্ৰাষ্টে।

 

 

 

 

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd