DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কম পইচাৰে ভাল ব্যৱসায় জুবিনৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 20, 2018 3:33 pm
Zubeen-Garg

জুবিন গাৰ্গ। ফট’ উৎস : ইণ্টাৰ্নেট

380
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক কম পইচাতে ভাল বেপাৰ কৰা ব্যৱসায়ী বুলি মন্তব্য কৰিছে মুছলমানকো কাছ নাইবা গাহৰি কোৰবানি দি খাবলৈ ক’বলৈ জুবিন গাৰ্গক কিছুদিন পূৰ্বে প্ৰত্যাহ্বান জনোৱা কামাখ্যাৰ ‘পূজাৰী’ অনুপ প্ৰসাদ শৰ্মাই।

কাঞ্চনজংঘা নামৰ জুবিনৰ মুক্তি পাব লগা চিনেমাখনৰ প্ৰচাৰৰ বাবে বিশ্ব চেম্পিয়ন হিমা দাসৰ জনপ্ৰিয়তাক বিনা পইচাত ব্যৱহাৰ কৰা বুলি দাবী কৰি শৰ্মাই যুবিনৰ বিৰুদ্ধে এই অভিযোগ আনিছে। জুবিনে অসমৰ মানুহক ‘টুপী পিন্ধাইছে আৰু প্ৰচাৰৰ বাবে নিকৃষ্ট কৌশল অৱলম্বন’ কৰিছে বুলিও দাবী কৰিছে শৰ্মাই।

শৰ্মাৰ দাবী হিমাক গৰু মাংস খোৱাৰ পৰামৰ্শ দি সেই বিতৰ্ক কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছে।

‘হিমা দাসৰ তাতে এতিয়া বেছিভাগ জনসাধাৰণৰ মনটো নিবদ্ধ হৈ আছে। গতিকে তেওঁ হিমা দাসক লৈয়ে ফ্ৰীকৈ প্ৰচাৰটো চলালে চিনেমাখনৰ,’ শৰ্মাৰ দাবী।

কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে জুবিনৰ এইটো ‘সস্তীয়া বুদ্ধি‘ বুলি দাবী কৰি শৰ্মাই কয় ‘তেওঁ এজন ব্যৱসায়ী। তেওঁ কম পইছাত ভাল ব্যৱসায় কৰিব পাৰে। কাঞ্চনজংঘা প্ৰচাৰ কৰিলে নিশ্চয় পইচা খৰচ হ’ব, গতিকে সেই পইচা ৰাহি কৰাৰ এইটো এটা সহজ বুদ্ধি।’

কাঞ্চনজংঘা ফ্লপ হ’ব বুলি ভৱিষ্যতবাণী কৰি জুবিনে প্ৰচাৰৰ ‘নিকৃষ্ট কৌশল’ লোৱাৰ বাবে শৰ্মাই চিনেমাখন বৰ্জন কৰাৰো আহ্বান জনাইছে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd