• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলাক্ষেত্ৰত আজি ‘অটল অমৃত অভিযান’ শুভাৰম্ভ কৰে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 18, 2018 10:16 pm

1 min read

কলাক্ষেত্ৰত আজি ‘অটল অমৃত অভিযান’ শুভাৰম্ভ কৰে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে
68
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি আয়োজিত এক অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে অসম চৰকাৰৰ অভিলাষী আঁচনি ‘অটল অমৃত অভিযান’ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

আঁচনিখনৰ শুভাৰম্ভ কৰি তেওঁ ৰাজ্যখনৰ ৯২ শতাংশ লোকৰ চিকিৎসা বীমা আগবঢ়োৱা অসম চৰকাৰৰ এই অভিযানক এক উল্লেখযোগ্য পদক্ষেপ বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে অটল অমৃত অভিযানৰ জৰিয়তে যোগ্যতা সম্পন্ন পৰিয়ালৰ সদহ্যই ৬ টা জটিল ৰোগৰ বাবে ২ লাখ টকালৈকে চিকিৎসা ব্যয় লাভ কৰিব।

ভাষণ প্ৰসংগত নাইডুৱে ৰাষ্ট্ৰীয় স্তৰত নৱজাতকৰ মৃত্যুৰ হাৰ ৩৭ শতাংশৰ বিপৰীতে অসমত এই হাৰ ৪৪ শতাংশ হোৱা দিশটোৰ কথা উল্লেখ কৰি তেওঁ এই ব্যৱধান হ্ৰাস কৰাৰ বাবে সক্ৰিয় পদক্ষেপ ল’বলৈ আহ্বান জনায়।

আনহাতে অনুষ্ঠানটোত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত ১৯ খন কৰ্কট ৰোগ চিকিৎসালয় স্থাপনৰ বাবে টাটা ন্যাসৰ সৈতে ৰাজ্য চৰকাৰে চুক্তি স্বাক্ষৰ কৰিছে বুলি উল্লেখ কৰে। ইয়াৰোপৰি শৈল চিকিৎসা পদ্ধতিৰে ২৫ টা জন্মগত বিসংগতিৰ ৰোগ নিৰাময়ৰ বাবে ৰাজ্য চৰকাৰে ‘সামৰ্থ’ নামৰ এখন স্বাস্থ্য আঁচনি আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে।

আজিৰ উক্ত অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়েও ভাষণ প্ৰদান কৰে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd