• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত জাতীয় স্বাভিমান ৰক্ষাৰ সামূহিক প্ৰচেষ্টা জাতীয় সংগঠনৰ

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , April 13, 2018 8:58 am

1 min read

IMG-20180412-WA0043
91
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা , কলিয়াবৰ চিলাবন্ধাৰ শিপিনী গাওঁ, কনকলতা বোঁৱাকটা সমবায় সমিতি, বেঙেনাআটি বড়ো মহিলা সমাজ আৰু জখলাবন্ধাৰ স্থানীয় ৰাইজৰ সহযোগত বৃহস্পতিবাৰে সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি মণি- মাধৱ মহন্তই জখলাবন্ধাত জাতীয় স্বাভিমান থলুৱা গামোচা ৰক্ষাৰ স্বাৰ্থত এক বিক্ৰী কেন্দ্ৰ মুকলি কৰে।

উক্ত বিক্ৰী কেন্দ্ৰটোত থলুৱা শিপিনীয়ে হাতে বোঁৱা গামোচাৰ লগতে আৰণাই, চেলেং,বৰকাপোৰ উপলব্ধ হোৱা পৰিলক্ষিত হৈছে।

যি সময়ত সমগ্ৰ ৰাজ্যত বিদেশী মেচিনত তৈয়াৰী গামোচাই বজাৰ দখল কৰি আহিছে সেই সময়ত থলুৱা তাঁতশালত নিৰ্মিত হাতে বোঁৱা গামোচা বজাৰত এক বৃহৎ লোকচানৰ সন্মুখীন হোৱা দেখা গৈছে।

এনে সময়তে কলিয়াবৰ ছাত্র সন্থাকে প্ৰমূখ্য কৰি  দল সংগঠন কেইটাই আগুৱাই আহি বিদেশী গামোচাৰ সৈতে ফেৰ মাৰিব পৰাকৈ গ্ৰহণ কৰা ব্যৱস্থা সঁচাকৈয়ে প্ৰশংসনীয় বুলি ৰাইজে মত প্ৰকাশ কৰিছে।

আনহাতে, কলিয়াবৰ মহকুমা প্ৰশাসনেও কলিয়াবৰৰ বিভিন্ন প্ৰান্তত অভিযান চলাই  অবৈধ ভাৱে বিক্ৰী কৰি থকা কেইবাশ বিদেশী গামোচা জব্দ কৰাৰ লগতে সকলো ব্যৱসায়ীক থলুৱা গামোচা বিক্ৰীৰ আদেশ প্ৰদান কৰে।

সদৌ অসম ছাত্র সন্থাৰ উপসভাপতি মণি-মাধৱ মহন্তই উপস্থিত ৰাইজক জনায় যে অদূৰ ভৱিষ্যতে হাতে বোৱা এড়ী কাপোৰ, মেখেলা – চাদৰ আদি বিক্ৰীৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু তাৰ বাবে তেওঁ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd