DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, December 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত বন মহোৎসৱৰ সমান্তৰালভাৱে চলিছে বন ধ্বংসযজ্ঞ : নিৰ্বিকাৰ বন বিভাগ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
July 5, 2018 12:35 pm
115
VIEWS
Share on FacebookShare on Twitter

 ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা বন মহোৎসৱৰ সমান্তৰালভাৱে কলিয়াবৰতো পালন কৰা হয় বন মহোৎসৱ। কিন্তু মন কৰিবলগীয়া যে কলিয়াবৰত চলা বন মহোৎসৱৰ মাজতে সমান্তৰালভাৱে অব্যাহত আছে বন ধ্বংস কাৰ্য।

 উল্লেখযোগ্য যে নগাঁও বন সংমণ্ডলে জিলা পৰিষদৰ সহযোগত কলিয়াবৰৰ ডিজু সংৰক্ষিত বনাঞ্চলৰ ২০ হেক্টৰ ভূমিত বৃক্ষৰোপণ আঁচনি গ্ৰহণ কৰাৰ বিপৰীতে কলিয়াবৰৰ মিছামুখৰ সামাজিক বনানীকৰণৰ বনাঞ্চলত দুষ্টচক্ৰই অবাধ হাৰত চলাইছে বন ধ্বংসযজ্ঞ।

 প্ৰাপ্ত তথ্য মতে বনাঞ্চলটোত চোৰাং ব্যৱসায়ীয়ে এফালৰ পৰা কাটি ধ্বংস কৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। বনবিভাগৰ নিৰ্লিপ্ততাৰ বাবেই দুষ্টচক্ৰই বহু মূল্যবান গছ কাটি সৰবৰাহ কৰিছে একাংশ অবৈধ কাঠফলা মিললৈ। কিন্তু নিৰ্বিকাৰ বনবিভাগ কিম্বা প্ৰশাসন।

 বন মহোৎসৱ সপ্তাহত গছপুলি ৰোপণ কৰি নিজৰ দায়িত্ব জাহিৰ কৰিব খোজা বনবিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই এইদৰে দুষ্কৃতিকাৰীয়ে বন ধ্বংসযজ্ঞ অব্যাহত ৰাখিব পাৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

 আনহাতে স্থানীয় ৰাইজে এনেদৰে বন ধ্বংসযজ্ঞ অব্যাহত থাকিলে মুখ্য মন্ত্ৰীৰ সেউজ অসম বাস্তৱত ৰূপায়িত হ’বনে বুলিও প্ৰশ্ন উত্থাপন কৰে।

Recent News

Waiter beaten to death

বৰ্বৰ! বিয়াঘৰত ব্যৱহৃত প্লেট অতিথিৰ গাত লগাৰ বাবেই প্ৰাণ ল’লে ৱেইটাৰৰ

rain in guwahati

শীতৰ বাহক: ৯ ডিচেম্বৰলৈকে মহানগৰীত বৰষুণৰ আগজাননী

TV Actor Kills Man

চাঞ্চল্য! সীমাৰ গছ কটাৰ কাজিয়াৰ পৰিণতিত অভিনেতাই প্ৰাণ ল’লে এজনৰ, তিনিজন আহত

APSC scam

লক্ষণৰেখা পাৰ হ’বলৈ এতিয়াও বহু বাকী এপিএছচি কেলেংকাৰিৰ তদন্ত: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd