DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ শিৱস্থানত লোমহৰ্ষক হত্যাকাণ্ডঃ চোকা অস্ত্ৰৰে আক্ৰমণ কৰি দুজনক হত্যা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 14, 2018 1:43 pm
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

97
VIEWS
Share on FacebookShare on Twitter

ভোগালী বিহুৰ আনন্দ উলাহৰ মাজতে নগাঁও জিলাৰ কলিয়াবৰৰ শিৱস্থানত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।

প্ৰাপ্ত বাতৰি অনুসৰি জিতু শইকীয়া নামৰ এজন যুৱকে আজি পূৱা ৭:00 মান বজাত শিৱস্থানৰ অনন্ত বৰা আৰু হীৰামনি  বৰা নামৰ মহিলাগৰাকীৰ সৈতে তীব্ৰ বাক্ বিতণ্ডাত লিপ্ত হয়। তাৰ পিছতে জিতু শইকীয়াই হীৰামনি বৰা আৰু তেওঁৰ পুত্ৰ অনন্ত বৰাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

আক্ৰমণৰ ফলত হীৰামনি বৰা নামৰ মহিলা গৰাকী থিতাতে নিহত হয়। আহত অনন্ত বৰাক স্থানীয় ৰাইজে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে অনন্তক মৃত বুলি ঘোষণা কৰে।

নিহত হীৰামনি বৰা নামৰ মহিলাগৰাকীৰ বয়স প্ৰায় ৫৫ বছৰ হ’ব। আনহাতে আনগৰাকী নিহত অনন্ত বৰাৰ বয়স হ’ব প্ৰায় ২৭ বছৰ। অনন্ত বৰা সম্পৰ্কত হীৰামনি বৰাৰ পুত্ৰ।

হত্যাকাৰী জিতু শইকীয়া বৰ্তমান পলাতক হৈ আছে। উলুৱনী আৰক্ষীয়ে হত্যাকাৰী জিতু শইকীয়াৰ সন্ধান চলাই আছে যদিও বৰ্তমান সময়লৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

হত্যাকাৰী জিতু শইকীয়া অঞ্চলটোত এটা চোৰ হিচাপে পৰিচিত। শিৱস্থানৰ জিতু শইকীয়াৰ ঘৰৰ চুবুৰীয়া আছিল নিহত হীৰামনি বৰা আৰু অনন্ত বৰা।

শেহতীয়া বাতৰি মতে অঞ্চলটোৰ উত্তেজিত ৰাইজে হত্যাকাৰী জিতু শিকীয়াৰ ঘৰটো ভাঙি-ছিগি লণ্ডভণ্ড কৰে।

Recent News

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd