DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে চানডুবি উৎসৱৰ আৰম্ভণি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 4:52 pm
কাইলৈৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে চানডুবি উৎসৱৰ আৰম্ভণি
238
VIEWS
Share on FacebookShare on Twitter

পহিলা জানুৱাৰিৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব লগীয়া জনপ্ৰিয় চানডুবি উৎসৱ এইবাৰ উদ্বোধন কৰিব বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই। কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চানডুবি অঞ্চলটোলৈ নৱ বৰ্ষৰ সময়ত যথেষ্ট লোকৰ সমাগম হয়। বিখ্যাত চানডুবি বিলৰ লগতে অঞ্চটোক পৰ্যটকৰ মাজত জনপ্ৰিয় কৰি তোলাৰ উপৰি চানডুবি বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, জনজাতীয় কিস্তি সমূহক জনমানসত পৰিচিত কৰি দিয়াৰ উদ্দেশ্যে যোৱা কিছু বছৰৰ পৰা উক্ত উৎসৱৰ আয়োজন কৰি অহা হৈছে। ৫ দিনীয়া এই উৎসৱটোত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক কৃষ্টি, লোক নৃত্য আৰু বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে হাতীত উঠা, নাও চালনা তথা পৰম্পৰাগত খেলধেমালি আদি পৰিৱেশন কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জনায়।আনহাতে উৎসৱটোক কেন্দ্ৰ কৰি পৰম্পৰাগত শৈলীৰে সজাই তোলা চাণ্ড সদাগৰ সুঁৱৰণি মঞ্চখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দিল্লীৰ নেচনেল স্কুল অব ড্ৰামাৰ প্ৰখ্যাত অভিনেতা তথা পৰিচালক পবিত্ৰ ৰাভাই।

 

Recent News

মহৎ কৰ্মৰ স্বীকৃতি! ভাৰতৰ আশা কৰ্মীসকলক সন্মান জনালে বিশ্ব স্বাস্থ্য সংস্থাই

মহৎ কৰ্মৰ স্বীকৃতি! ভাৰতৰ আশা কৰ্মীসকলক সন্মান জনালে বিশ্ব স্বাস্থ্য সংস্থাই

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd