• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাত আৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 10, 2017 6:08 pm

1 min read

কাজিৰঙাত আৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলী
143
VIEWS
Share on FacebookShare on Twitter

যোৱা শুকুৰবাৰে ৰাতি কাজিৰঙাত স্পেচিয়েল টাস্ক ফ’ৰ্চ আৰু জখলাবন্ধা আৰক্ষীৰ এটা যুটীয়া বাহিনীৰ সৈতে চোৰাং চিকাৰীৰ গুলীয়াগুলী সংঘটিত হয়। এই কথা আৰক্ষীৰ এটা সূত্ৰই জানিবলৈ দিয়ে। সূত্ৰটোৱে জনোৱা মতে চোৰাং চিকাৰীয়ে যোৱা শুকুৰবাৰৰ নিশা কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বুঢ়া পাহাৰ ৰেঞ্জৰ ওচৰত অৱস্থান লোৱাৰ খবৰ পায় গঁড় সুৰক্ষাৰ বাবে গঠন কৰা বিশেষ বাহিনীয়ে। খবৰ পোৱাৰ পিছতে আৰক্ষীৰ সৈতে তেওঁলোকে অভিযান চলায় আৰু চোৰাং চিকাৰীৰ সৈতে সংঘৰ্ষ লাগে। অৱশ্যে কোনো হতাহতৰ কথা অস্বীকাৰ কৰে আৰক্ষীৰ সূত্ৰটোৱে। আনহাতে আন্ধাৰ আৰু ঘন অৰণ্যৰ বাবে চোৰাং চিকাৰীকেইজন পলাই যাবলৈ সক্ষম হয়। জানিব পৰামতে চোৰাং চিকাৰীৰ দলটোত তিনিজন লোক আছিল আৰু তেওঁলোকৰ হাতত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আছিল। তেওঁলোকক দেখাৰ লগে লগে আৰক্ষীয়ে ৰ’বলৈ কয় যদিও তেওঁলোক পলাবলৈ ধৰে। তেতিয়া সুৰক্ষাকৰ্মীসকলে তেওঁলোকক লক্ষ্য কৰি গুলীয়ায়। প্ৰত্যুত্তৰত চোৰাং চিকাৰীকেইজনেও গুলী চলায়। প্ৰায় এঘণ্টামান দুয়োপক্ষৰ মাজত গুলীয়াগুলী চলিছিল বুলি সূত্ৰটোৱে জনাইছে।

 

Recent News

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

China

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

‘লাভ জেহাদ’ :  মধ্যপ্ৰদেশ চৰকাৰে উত্থাপন কৰিলে নতুন বিল

‘লাভ জেহাদ’ : মধ্যপ্ৰদেশ চৰকাৰে উত্থাপন কৰিলে নতুন বিল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd